পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সৰ বুৰঞ্জী না। আৰ চৰাত মেল দুধিলে, ৰা ৰাকীয় কাৰ্যত ৰজাৰ বচৰালৈ যাবলগীয়া হলে, খৰ্গদেৱে কটকীৰ মূৰে নিম পাঠয়াব লাগে; ৰজাৰ বিনা অনুমতিৰে কোনো ব, ফুকন, বাজখোৱা আদি বিষয়াই আৰীয়াসকলৰ ঘৰলৈ যাব নোৱাৰে। গতিশীয় গোহাঞি তিনিজনাৰ ভিতৰতত সেইদৰে সমান মৰ্যাদা। ইৰিাকবে। সুকীয়া আহিলা-পাতি আৰু চাল-চলনৰ গতিবিধি বা আছিল। পালি কেইনাই ই তিনি গোহাৰিীয়াৰে সৈতে ভেটা-ভেট হলে, পাকিয়ে বাইক বাট এৰি দিব লাগে। সেইদৰেই বৰবৰুৱা আৰু বৰফুকন এই দুজনাৰ মৰ্যাদা সমান। ইবিলাকৰে। সুকীয়া আহিলা-পাতি, চাল-চলনৰ গতি-বিধি বন্ধ আছিল। এওবিলাকে যাই তাৰীসলেৰে সৈতে ভেটা-টো হলে, চাদিৰপৰা নামি দেখা দিব লাগে। ইত্যাদি নিয়মেনেই অন্যান্য বেলেগ বেলেগ বিষয়াৰ বেলেগ বেলেগ মৰ্য্যাদা, সুকীয়া আহিলা-পাতি আৰু চাল-চলনৰ গতি-বিধি সুন্দৰকৈ নিৰ্ধাৰিত আছিল। | আল-যুদ্ধ-বিগ্ৰহাদিৰ বিষয়তো আহোম ৰজাৰ অতি উত্তম ব্যৱস্থা আছিল। আদিছোৱাত পাইক শ্ৰেণী মানুহকে সময়মতে যুক্ত কাৰ্যতো লগে ৱা হৈছিল। কিন্তু, কুৱৈগঞা মহামন্ত্ৰী পূৰ্ণান বুঢ়াগোহাঞি ডাক্ষৰীয়াৰ বিধানমতে, কলিয়াভোমোৰা বৰফুকনে, ১৭৯৬ ঞ্জাত, বৃটিচৰ আৰ্হিৰে পল্টন গঠন কৰিবৰপৰা যুদ্ধ কাৰ্যৰ নিমিত্তে এৰে মানুহ স্বীয়াকৈ ৰখা হৈছিল। পাচলৈ ৰাজ্যৰ ভিতৰত নানা প্ৰকাৰ বিদ্ৰোহাদি হ’ৰৰপৰা দুৰ্বল হ’ল বুলিও, আগভোখৰত আহোম ৰজাৰ ৰণ-বল বৰ তেজী, পৈণত আৰু কাকুৱা আছিল। মাটি-যুদ্ধ আৰু পানী-যুত অসমীয়া সেনা বৰ পাকৈত থকাৰ প্ৰমাণ মিৰমাৰ অসম আক্ৰমণৰ সময়ত আৰু শৰাইঘাটৰ ৰণত ভালকৈ পোৰা গৈছিল। অৰোহী বা ঘোঁৰাৰণুৱাল বৰ কাৰা নাছিল; পাচলৈ এই বিধ সৈন্য একেৰাৰে অকামিলা হোৱাত, ক্ৰমাৎ তাৰ অতি নথকাৰ দৰে হয়গৈ। আহোমৰ যাত কোনো কোন ডিমোতও যুদ্ধ-বিদ্যাত পাকৈত আছিল আৰু ৰণক্ষেত্ৰত সেনানন হৈছিল। বৰগোহাঞিৰ কাৰ্যা মূলা গাত, আৰু ৰা মৰাণৰ ঘৈণীয়েক বাধা আৰু তাৰ বিশিষ্ট প্ৰমাণ। ৰণৰ খাৰ-গুলী হিলৈ আহোম নিয়ে এতকৰি লৈছিল | বাৰে-হোম ৰাত বন্দী ৰা গোলাৰ আৰু বাকী ৰখাৰ এথা প্ৰচলিত ছিল। সেইবিলাক গোলাম যুত ৰী হোৱা মানুহৰপৰা ৰখা হৈছিল; কি কোনো গভীয়া বা জাতিকাষৰীয়া মানুহৰপৰা কিনি লোৱা গৈছিল। নাচ লীখালীৰ ৰেচ, আল কুলীয় মত ২• কুৰি টকাৰপৰা নীহ বুলীয়া ভিৰৰতাত ৩ তিনটালৈকে প্ৰচলিত ছিল। সেই লীলীবিলাক গৰাকীৰ সুকীয়া সত্তিপ আছিল; সিং ওপৰত ঘৰৰ এৰি নাছিল। ভাজৰীয়া বিষয়াসকলৰ ৰী- লীবিলাকৰণলৈকো যাৰ নালাগিছিল। সেই কাৰণে, ভেজিৰ নীহ আৰ এ বিলাকে পাইক বা কাজীৰ বেৰত ভূত হোৱাকৈ ৰীৰাণী সোমাৰলৈ ভাল পাইছিল। গতিকে, এতে আপোনৰেও ৰলী খোমইলি। আমাৰ বাৰত ৰণীৰাশীৰ সংখ্যা নিচেই এক নাছিল। এনে কি, টিচ গৰ্থৰে আগৰ গাত, তেতি • brarnardo it , Bun, et,