পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

স্বৰ্গদেৱ চুহিতপফা বা গৌৰীনাখসিংহ পুতেক জমি, বকতিয়ালৰ চত্ৰ আৰু লানমাখৰুৰ লোেৰ এই কেইজন বৰফুকন | লিৰ ৩য় আক্ৰমণ আগৰ দুৰাৰত অহা মান কেনাবিলাক মুখে অসমদেশৰ নিচেই দুৰ্বল অবস্থা আৰু অসমীয়া গাভৰুবিলাকৰ পৰণ্যৰ কথা শুনি ব্ৰহ্মাণে ৰাই অসম শে এইবাৰ উপচি আক্ৰমণ কৰিবলৈ মন মেলিলে। ইফালে চন্দ্ৰকান্তসিংহ বৰ্গদেৱে, আলামিলিয়ে এৰি যোৱা অলপীয়া মান সেনাবিলাকক বলে পৰা যাব বুলি ভাবি, আগলৈ আৰু মান আহিব নোৱাৰাকৈ উজনিৰ দীঘলীঘাটত জয়পুৰ নামেৰে ভালকৈ এটা গড় বা ‘কিল্লা মাৰিবৰ নিমিত্তে পতাল বৰবৰুৱাৰ গাত তাৰ যিয়ে। সেই গড় মাৰোতে লগত কিছুমান মান সেনাও নিয়া হৈছিল। মান সেনাৰিলাকে ৰজাৰ গড় মৰাৰ উদ্দেশ্য বুজিব পাৰি, তাতে ছলকৈ বৰবৰুৱাক বধ কৰি, শোপনে ব্ৰহ্মদেশৰ আগত সংবাদ দিলেগৈ। সেই বাতৰি পাই ব্ৰহ্মদেশৰ ৰজা খত অলি উঠিল। আক, যিমান সোনকালে পাৰে, অসম দেশ আক্ৰমণ কৰিবলৈ বুলি ৰাই মিহিমাহা তিলোৱ নামেৰে এজন সেনাপতিৰ অধীনত এদল সৈন্য পঠিয়ালে। মান সেনা অহা বাতৰি পাই, চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱে কলিৰৰ বুঢ়াগোহাঞি ডাক্ষৰীয়াৰ হাতত নগৰ গই থি, নিজে গুৱাহাটীলৈ গুচি যায়। মিহিমাহ তিলোৱাই নগৰ সোমাব খোজাত বুঢ়াগোহাঞি ডাঙ্গৰীয়াৰ সৈৰে সৈতে তেওঁৰ এখন ৰ লাগে। ৰণত মান জিকিৰ। মান সেনাপতিয়ে ইয়াৰ পাচত, চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱক নগৰলৈ মাতি পঠিয়ালে। কিন্তু স্বৰ্গদেৱে বিপদৰ আশঙ্কা কৰি আহিৰলৈ মাতি হোৱাত, মিঙ্গিমা ভিলোৱাই নিজৰ ৰজাৰ জেঠেৰীয়েক, বগা কোৱৰৰ (১) পুতেক মোগেশ্বৰ কোৰৰক, ঐ ১৮২১ চনত, ব্ৰহ্মাৰজাৰ তলতীয়া ৰজা পাতিলে। (২) | মহগড়ৰৰণ:-মিঙ্গিমাহা তিলোৱাই যোগেশ্বৰসিংহৰু নাম মাত্ৰকৈ লোকাক ৰজা পাতি, গোটেই দেশত এইবাৰ নিজৰ এক্তিয়াৰ চলাবলৈ ধৰিলে; আৰু চাৰিও ফালে “মানৰ দিন বুলি ৰাই হৈ পৰিল। তাৰ পাচত, টেপৰণীয়া ৰূপেখৰ আৰু কলিমন বুঢ়াগোহাঞি; জাইৰো ফলীয়া ফৈদৰ কোটালৰ পুত্ৰ বৰগোহাঞি; পিলি বৰপাত্ৰগোহাঞি; বদন বৰফুকনৰ দ্বিতীয় পুত্ৰ পিয়ালি, সন্দিকৈৰ বালি আৰু অত্ৰ বৰবৰুৱা; সুখুৰাখনৰ বগাদমৰা, দুৱৰাৰ পিয়ালি বৰফুকন; এই বিলাক মান-সেনাপতি বাচনিমতে নতুনকৈ বিষয়া হয় (৩)। সেই সময়ত দেশ অবাক হৰে হোত, বাই। ভাগিবলৈ ধৰিলে। মিনিমাহ তিলোৱাৰ অধীনত সহ হাজাৰ মান-সেনা আছিল। সেই বিলাকক পোহপাল যোগান দিয়াটো তেওঁৰ পৰুে টান হলহি। সেই কাৰণে, তেওঁ সেনাবিলা তিনি ভাগ কৰি, এভাগ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে, এভাগ গণি | (১ মানৰ প্ৰথমবাৰৰ আক্ৰমণতে তুংখু কৈৰ বগা কোৱৰ ৰী পৰে আ ৰু সালতাকৈ মানব সভ্ৰাৰ দিয়া হৈছিল। বোগৰ কোন মৌ মাইলেজ ফা। না না কোমেলা। | ta) সেতে মানব পাৰি মোৰ যে। ( S hon Pey ca orna abnorphy of A. k. Indi, daiEitor of Men, P an.) ) বিল- হাসান ।