পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১২৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


বাৰে আৰু একাগ ব্ৰহ্মপুত্ৰৰ মাজেদি ভটিয়াই দেশত লুটপাট লগাবলৈ এৰি বিলে। সিহঁত যি ফালেদি গ'ল, সেই ফালে দেশত মহামাৰী হােৱাৰ দৰে হল। লগে লগে এজাৰ ওপৰত অত্যাচাৰৰ সীমা নথকাত পৰিল। সেই উৎপাত লগাই, মান-সেনা উত্তৰ পাৰে সীমা আৰু দক্ষিণ পাৰে গুৱাহাটীৰ সীমা পালেগৈ। এনেতে চন্দ্রকা সিংহ স্বৰ্গদেৱে মানহঁতক আকৌ ওচৰ চাপিবৰ দেখি, অলপীয়া সৈন্তেৰেই যথাৰতকৈ আগভেটা দিবৰ অৰ্থে আয়ােজন কৰিছিল। কিন্তু, সেই সময়তে মানৰ ভিনিওজাক সেনা গৈ আকৌ একে ঠাই হােৱাত, সিহঁতৰ গতি ভেটা দি ৰখা অসম্ভৱ হ'ল। গতিকে, চন্দ্রকান্তসিংহ স্বৰ্গদেৱ ভটিয়াই বৃটিচ ৰাজ্যত সােমালগৈ। মানহঁতে গুৱাহাটা নগৰ হাত কৰি লৈ, আকৌ উলটি উজাৰলৈ ধৰিলে। ভটিয়াই যাওঁতে মানতে ঢলিয়াই যােৱা অসমীয়া এজা পুনঃ ঠন ধৰিবলৈ নৌ পাওঁতেই, আকৌ সিহঁতে উজাই আহোতে কৰা অত্যাচাৰত সমূলি জয় পৰিল। এনে ওপৰা-উপৰি পীড়নত অসমীয়া এলাৰ একেবাৰে পিত মৰিল ! এজাৰ দুৰ্গতিৰ সীমা নােহাের। হ’ল ! চন্দ্রকান্তসিংহ বৰ্গদেৱৰ পক্ষে এই কথা অসহনীয় হােৱাত, তেওঁ ইফালে-সিফালে বিচাৰি ••• বাৰেবৰণীয়া সেনা গােটাই লৈ, মৰসাহ দি, মানসেনাক আক্রমণ কৰিবলৈ উজাই গ'ল। ইফালে পুসিংহ স্বৰ্গদেৱ আৰু ৰুচিনাৰ বুঢ়াগােহাঞি ডাঙ্গৰীয়ায়ে। বেজিনী আৰু টোনৰপৰা কিছুমান সৈন্য গােটাই লৈ চন্দ্রকান্তসিংহ স্বৰ্গদেৱক সহায় কৰিবলৈ গাত ললে। এনে বলবন্তত অলপীয়া সেনাৰেই স্বৰ্গদেৱ চন্দ্রকান্তসিংহই মৰােজীকৈ বিষম বিক্ৰমেৰে, ১৮২১ চনত যােৰহাটৰ উৰে মহগড়’ নামে ঠাইত মান-সেনাৰে সৈতে বণ পাতিলেগৈ। চন্দ্রকান্তসিংহ বৰ্গদেৱে মনৰ বেজাৰত প্রাণটাকি যুঁজিলে। আৰু মান-সেনা পাচলৈ ঠাৱৰিব নােৱাৰা হৈছিলগৈ। এনেতে, ১৮২২ খ্রীষ্টাব্দৰ আৰম্ভণত যহত সৈয় লৈ মান-সেনাপতি মিঙ্গিমাহা বলা বৰগােহাঞিয়ে যােগ দিলেহি। এই যুত বর্গদেৱ যদিও বাটিল, তথাপি মানেও এপালি ভালকৈ পালে। চন্দ্রকান্তসিংহ গৱে ৰণত মাটিলত, পুৰৰসিংহ বৰ্গদেৱে গােটোৱা সৈন্যৰে সৈতে আৰু তেওঁ একো কৰিব নােৱাৰিলে। মহগড়ত’ চন্দ্রকান্তসিংহৰ হাতত সেকা পাই মানতে নেগুৰত গহা পাপৰ দৰে খঙ্গত যাকে যতে পালে তাকে ততে নানা অসহনীয় অত্যাচাৰ কৰি নি অসমীয়া ৰােৰৰ ওপৰত খং সাৰিবলৈ ধৰিলে। মহগড়ৰ ৰণত জয়লাভ কৰি মানতে দুগুণ উৎসাহেৰে ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ দুয়ােপাৰে গােটেইখন অসমশে সম্পূর্ণদে হাত কৰি ললে।—চাৰিওফালে ‘মানৰ দিন' বুলি অত্যাচাৰৰ ঢৌ বিয়পি পৰিল! এনেতে, মিমািহানাক্যাভেজ মগউন আহি বদলি দিয়াত, ঐ: ১৮২৬ চনৰ আহিনত মিলিহানুলাই পাইকান চমুৱাৰ ঘৰমূৰি আৰু পাইকান পােৱাৰি । টকাকৈ ৰগণি ধন তােনাই লৈ দেশলৈ গুচি গ'ল। তেওঁৰ পাচতে মিঙ্গিমাহা তিলােৱাও যমূ হ'ল। ৫) মানৰ দিনৰ উৎপাত অসমীয়া প্ৰজাৰ ওপৰত মানৰ অমানুষিক অত্যাচাৰৰ বিয়ে লৈ কৰা নােলায়, লিখিৰলৈ কাপ নচলে! খুহি ওপৰত অত্যাচাৰতকৈ (১) বিল- কালাম ১২।