১৬ অসমৰ বুৰঞ্জী | মানৰ ২য় আক্ৰমণ কচিখ বুঢ়াগোহাঞি আৰীয়াই যদিও চৰকাশিংহ বৰ্গদেৱকান একোকে নকৰাকৈৰংপুৰতে কলমে এৰিলে, ভাজৰীয়াৰ ভায়েক মজিখোৱা। গগাহাঞি কিন্তু সিমানতে সন্তুষ্ট নহ; তেওঁ কোনো এটা উপায় কৰি চন্দ্ৰকানিংহ ভৱিষ্যতলৈ ৰাজপাটৰ এযোগ্য কৰিবৰ মনেৰে তেওঁৰ কাণ এখনত ঘুণ লগালে। ৰাৰ আশা এৰি নিটাল মাৰি থকা চক্ৰাসিংহ অৰ্গদেৱৰ পক্ষে এনে অপমান অতিকৈ অসহনীয় হ’ল। প্ৰথমৰাৰ মান আহোতেই তেওঁৰে সৈতে ব্ৰহ্মাৰ ৰজাই। বৈবাহিক সূত্ৰেৰে মিত্ৰতা কৰিছিল। মৰদখোৱা গোহাঞিৰ অধ্যায় ব্যৱহাৰত মৰ্মান্তিক ৰেজাৰ পাই, চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱে আগৰ বদনচন্দ্ৰ বৰফুকনৰ ফলীয়া এনচাৰে মানুহক গোপনে ব্ৰহ্মদেশলৈ পঠিয়ালে, আৰু নিজৰ দুৰ্দশা আৰু বদনচন্দ্ৰ বৰফুকনৰ অপমৃত্যুৰ বাতৰি জনাই ব্ৰহ্মা ৰাৰপৰা সাহায্য ভিক্ষা কৰিলে। মান ৰজাই এই বাতৰিত কুপিত হৈ, ৩•••• মান সেনা দি, অলিমিলি নামেৰে মান- বৰগোহাঞিক সেনাপতি পাতি, ১৮১৯ খ্ৰীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ পঠিয়ালে। সিৰাৰ অলপীয়া মান-সেনৰ লগতেই মহামন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঞি ভাৰীয়াৰ শিক্ষিত সৈন্যও হাৰ মানিলে; এইবাৰ ডেৰকুৰি হাজাৰ মান-সেনাৰ লগত যুঁজিৰলৈ নতুন যা আৰু নতুন মন্ত্ৰীয়ে ক'ৰ মানুহ পায়! তথাপি, এজাক অসমীয়া ৰণুৱা মানৰ লগত ৰণ দিবৰ নিমিতে নাজিৰালৈকে পঠিওৱা হয়। কিন্তু, সিহঁতক মান- সেনাই হতাহতি কৰিবলৈকে নাটিলে! পিচে, ৰণত পৰাজয় হোৱাৰ বাতৰি পাই, পুৰৰসিংহ স্বৰ্গদেৱক লৈ, চিনাথ বুঢ়াগোহাঞি ডাক্ষৰীয়া আকৌ সপৰিয়ালে গুৱাহাটীলৈ ভটিয়াই গ'ল। গতিকে, নগৰ পুনঃ মান-সেনাৰ হাতত পৰিল। মান সেনাপতিয়ে ঐ ১৮১৯ চনত, চন্দ্ৰকান্তসিংহক পুনৰ ৰাজপাটত বহুৱাই, পুৰন্দৰসিংহক ধৰিৰৰ কাৰণে মানুহ পাঁচিলে। পুৰশসিংহ স্বৰ্গদেৱে সেই বাতৰি পাই আকৌ চিলমাৰিত আশ্ৰয় ললেগৈ। ইফালে পূৰ্বে নটা পাই যোৱা মান সেনাই হোজা অসমীয়া এজাক নকৰিবৰ-চকৰি কৰি ধনৰ লুটিবলৈ ধৰিলে। সদৌশেহত, চন্দ্ৰকাভসিংহ বৰ্গদেৱক যান সেনাপতিয়ে ব্ৰহ্মাণেশৰ ৰ তলতীয়া ৰা পাতি, আৰু আহোৰ বাত কিমান সৈন্য ৰাখি, বাকী সৈৰিলাকৰে সৈতে তেওঁ খদেশলৈ উলটি গ'ল। চন্দ্ৰকান্ত আৰু পুৰৰসিংহ স্বৰ্গদেৱৰ দিনত ৰজাৰ নামমাত্ৰ সাৰ আছিল। চন্দ্ৰকান্তসিংহ(২য় ৰাৰ); যোগেসিংহ; “মানৰ দিন; বৃতি গৱৰ্ণমেন্ট আগমন-মান সেনাপতি আলামিলিয়ে পাতি থৈ যোৱা মতেই একাভসিংহ বৰ্গদেৱে, ১৮১৯ চনত, দ্বিতীয়বাৰ ৰাজপাটত উঠি পুনঃ ৰাজত্ব আৰত কৰে। তেওঁৰ এই ৰাৰত মটৰ মাটিৰৰ সেনাপতি গায়ে কলিৰ কাগোহাৰি বিহি ফৈৰ পাৰি, বৰগোহালিৰীয়া মিৰি পৰিকৈৰ ধন বৰগোহ; ধনী আৰু ৰান ৰপাত্ৰগোহাঞি; দুৱৰাৰ ফুকীয়া বৰ, খেৰমিয়াল কৰীৰ পতা, সন্দিকৈ ধনী এই কেইন কমে য; মুৰবাৰ বনৰ
পৃষ্ঠা:অসমৰ বুৰঞ্জী গোহাঞি বৰুৱা.djvu/১২২
অৱয়ব