পৃষ্ঠা:অসমীয়া সাহিত্য-সম্পদ.djvu/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯০
সাহিত্য-সম্পদ।


“নবেল প্ৰাইজ’’  অধিকাৰী হলা
 ইবেলি তুমি ৰবি কবিৰ;
ভাৰত ভাগ্যত  ন দিন ঘটালা
 ভূমি বাণীকৃপাপ্ৰাপ্ত বৰ।
পৃজিম তুষিম  কিহেৰে ধৰিম
 ই মহান তব কীৰ্ত্তিমান;
আন্তৰিক শ্ৰদ্ধা  ভক্তি অনুৰাগ
 বিনে সম্বল আছে কি আন?

⸺⸺