পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ, গৰুমে এনে এজন শ্ৰেষ্ঠ পৰশকৰী কৰিৰ সল্পকে প্ৰায় সকলো কথাই। ইও সম্পূৰ্ণ বৈষ্ণৰ-ভণিতা বুলি কব পাৰি; কিন্তু ইয়াতকৈ সৰহ কোৰ! পাৰি। গৌড়ীয় আৰ, কামৰপীয় বৈষ্ণৱ ধৰ্মৰ তুলনামলক সমালোচনা। কৰোতাসকলে দিয়া চৈতন্য-চন্ত আৰ শৰ-পূৰ্যৰ অতি অৰ্থ বঙ্গক। উপমাটিকে ব্যবহাৰ কৰি কৰ পাৰি অসমৰ আকাশত শৰসৰ আগমনি। নোৱা যিইেটি জ্যোতিষ্ক আছিল, মাধৱ কন্দলী নিৰ্বিবাদে সেইসকলৰ। মাজৰ পৰী ছোটা তৰা। ইংৰাজী সাহিত্যৰ বুৰঞ্জীৰ তুলনা আনিবলৈ হলে। প্ৰদৰ্শক, মাধৱ কন্দলীও তেনেকৈয়ে শ্ৰীশঙ্কৰদেৱৰ সুযোগ্য পৰবা; vo নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী “নিয়োক নৰূলোক একচিত্ত মনে। মুক্তিৰ কাৰণ হৰি বিনে নাহি আনে। শিশ মাধৱক তিনি লোকত বিদিত। ভকত জনাৰ নানা বাপে সন্নিহিত। এক বাপে হৰি ব্ৰহ্মৰপে অৱতাৰ। চক্ষৰে দেখিলে সংসাৰত পাই পাৰ। দুৱ ব্ৰহ্ম গঙ্গাজলে তাত কৰি স্নান। পাপক এবায়া চলে বৈকুণ্ঠ ভুৱন। আৰৰ ব্ৰহ্মৰপ বেদ পণ ভাৰত। পঢ়িলে শুনিলে থাকে বৈকুণ্ঠ পৰত। হেন জানি একচিত্তে শুনিয়া ভাৰত। হৰিত ভকতি হৈব অচিৰ কালত। জ্ঞানে বা অজ্ঞানে যত পাপক সণ্ডিয়া। তাক বিনাশিবা যমপুৰক বাঞ্জিয়া | সাতকী প্ৰবেশ এহি মানে সমাপতি। হৰিৰ সেৱক ৰুদ্ৰ কন্দলী বদতি। মহাভাৰতৰ পদ অতি মনোহব। কৰ্ণ ভৰি শুনা আক পাপ যাউক দবে।” যুক্তিসঙ্গত নহব, কিয়নো বুদ্ৰ কন্দলীত শৈৱ-শাস্তু ধৰ্মৰ পৰা বৈষ্ণৱ ধম’লৈ পৰিবৰ্তন অহা একেবাৰে অসভৱ নহয়। (২) “বাহ" ৰজা শ্ৰীমহামাণিক্যৰ আমোলৰ মাধৱ কদলী ইংলণ্ডৰ বিশিষ্ট সামাজিক আৰ, সাংস্কৃতিক ইতিহাস যেনেকৈ খষ্ট ধৰ্ম প্ৰচাৰৰ পৰাই আৰম্ভ হয়, অসমৰ সমাজ আৰ, সংস্কৃতিৰ বিশিষ্ট বক্সে সেইদৰে শ্ৰীশঙ্কৰদেৱৰ প্ৰৱৰ্তিত বৈষ্ণব আন্দোলনৰ পৰাই মুকলি হয় বলিব চতুৰ্দশ শতিকাৰ চছাৰ যেনেকৈ ষোড়শ শতিকাৰ শেক্সপীয়েৰৰ উপযুক্ত 19- উত্তৰকাণ্ড ৰামায়ণৰ পদভানিত শ্ৰীশঙ্কৰদেৱে লিখিছে- “পূৰ কবি অপ্ৰমাদী, মাধৱ কন্দলী আদি, বিৰচিলা পদে ৰাম কথা। অজ্ঞান আন্ধাৰত ঢাক খোৱা। লঙ্কাকাণ্ডৰ ভাঙনিৰ সামৰণিত কবিয়ে মি