পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭১ শেষ মধ্যযুগৰ অসমীয়া সাহিত্য বুদ্ধিত গম্ভীৰ ক্ষমাৱন্ত শুভ নয়। . যাহৰি যশক সব মনে প্ৰশংসয়। বিষ্ণব ভকত মহামায়াব সেৱক। পত্ৰৰ সমান কৰি দৰিদ্ৰ পালক। দই ভাইৰ স্নেহ যেন বাম-লক্ষণ। সবান্ধৱে জীৱন্ত্ৰোক সহস্ৰ বংসৰ গোৰেশ্বৰ দুৰ্লভনাৰায়ণ আৰু কমতেবৰ ধৰ্মপাল যুদ্ধ আৰ, সন্ধিৰ পাছত ধৰ্মপালে দলভনাৰায়ণৰ পৰা সাত ঘব বামণ আৰ, সাত ঘৰ কায়স্থ লৈ ঘূৰি অহা সম্পৰ্কত ৰামচৰণ ঠাকুৰব “শঙ্কৰ চৰিত'ৰ প্ৰথম খণ্ডৰ পৰা উদ্ধত কৰা হৈছে- “এহি বলি গৌবেশ্বৰে দিলত বিদায়। লবিল কমতেশ্বৰ সেহি আজ্জা পাই॥৮৯ নৌকাত চবিয়া ব্ৰহ্মপুত্ৰে উফাইলত। কত দিনে আপোনাৰ ৰাজ্যক পাইলত ঘোবাঘাটে গৈয়া পাছে নৌকা চপাইল। তাম্ৰধজে শুনিলেক,পিতৃ আসিলন্ত॥” গতিকে তামধজক ধৰ্ম পালৰ পত্ৰ বুলি ধৰি তেওঁক দলভনাৰায়ণৰ পতেক ইন্দ্ৰনাৰায়ণৰ সমসাময়িক বুলি ইয়াত হেম সৰস্বতী আদিৰ পাছত তাধজৰ আমোলব কবি বুদ্ৰ কন্দলীক ঠাই দিয়া হৈছে। সাতকী প্ৰবেশ বৰ্ণনা সকল পণ্ডলি বলে হয় এক জৰি। অসশস্ত্ৰ প্ৰহাবিলা দশোদিশে বেঢ়ি। অশ্লশ হানিয়া দ্ৰোণক পাবে গালি। মৰিলে মবিলে ক্ষবধ পাপশালী ঃ কিত্সক লাগিয়া ব্ৰহ্মকুলে উপজিলি। কিসক লাগিয়া তুমি তপ আচৰিলি। বাণ সংহিতা পঢ়িলাহা চাৰি বেদ। ধৰ্মবো শাবো তুমি জানা অবিচ্ছেদ॥ কোন শাস্ত্ৰে বোলে ব্ৰাহ্মণৰ হিংসা ধৰ্ম। কিস লাগি এৰিলাহ। আপোনাৰ কম। নিসঙি কৰিলা তুমি পাশ্যাল সেনাক। ধন-ধাৰী ভৈলা তুমি কৌৰৱ বজ্জাক। শজিক নোৱাৰিয়া বাহুতে যুজিয়া। বাপতেয়ো মবি যাইব। বিত্ত নজিয়া উপ-ফ্লপ কৰি অন্য বীৰ স্বৰ্গে যায়। তোঠেৰ বাপতে বা হৈব কোন ঠাই। আমাক মাৰিলে জানো তুমি কত পাইবা। পেটৰ ভাতক লাগি অধোগতি যাইবা। শপি মাৰিবাক পাৰা কেনে কৰা যুদ্ধ। কিসক লাগিয়া হাতে ধৰিলা আয়ধ। প্ৰজা মাৰিবাৰ ফলে কৌৰৱ নপতি। পত্ৰ-পৌৰ মবিয়া যাইবেক অধোগতি। দশোদিশে গলাৰাৱ দ্ৰোণে শনিল। উচিত জানিয়া তাক ননদন্ত সিদ্ধান্ত॥ এই বৰ্ণনাত ভাষা আৰ, ছন্দৰ নিমজ গতিও বৈষ্ণৰ যুগৰ পূৰ্ববত বলি নকলে ধৰিব নোৱাৰি, কিয়নো প্ৰাচীনতাৰ গোন্ধ ইয়াত নাই বুলিব পাৰি। তদুপৰি তামধজৰ পৰিচয়ত লিখা কথাষাৰিও চিন্তা কৰিব লগীয়া; একে উশাহতে “বিষ্ণৰ ভকত মহামায়াৰ সেৱক" হয় কেনেকৈ? সামৰণিত লিখিছে-