পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কৰিলা পজন নিজ গণৰলে। শেষ মধ্যযুগৰ অসমীয়া সাহিত্য ৭৭ দেৱ দ্বিগণ সঘনে ধম প্ৰসঙ্গ। নিত্য উপগত যাশা অ্যাও। নভেলে আশা ভঙ্গ। লভিলা সকলে ধন-ধন সৰকাৰ। নপতি প্ৰধান দলভ নাৰা'ণ প্ৰশংসা বাকাণ ' তান পবলোকে ভৈল সৰ্ব শোকে নিজ তন-ভঙ্গ ৰণে। সিন্ধ, ভৈলা পক মাণিক বিন্ধিলা ঘণে॥ তাহানি তৰ কৱিশ সুৰস্বতী। দ্ৰোণপৰ্ব পদ এবধ কৌতহলে নিগতি? দল ভাৰায়ণক আমি স্বাদশ শতিকাৰ শেষ ছোৰাব বুলি ঠাৱৰাই আহিছোঁ, গতিকে তেওঁৰ পুতেক ইন্দ্ৰনাৰায়ণ তথা কবিৰত্ন সৰস্বতীক ত্ৰয়োদশ শতিকাৰ আগছোৱাৰ কবি বুলিব পাৰি। দুৰ্লভনাৰায়ণৰ কেইবা শত বছৰৰ পাছত কমতাপৰৰ ওচৰত বিৰসিংহই কোচ ৰাজ্যৰ বাজধানী কোচবেহাব স্থাপন কৰে; আৰ, তেওঁৰ পুতেক নৰনাৰায়ণ কোচ ৰাজসিংহাসনত উঠি পৰম বিদ্যোৎসাহীপে বিক্ৰমাদিত্যৰ নৱৰৰ সভাৰ অনুৰেপ অসমৰ কবিসকল শঙ্কৰদেৱ, মাধৱদেৱ, ৰাম-সৰস্বতী আদিৰ দিব্য সভা পাতে। এতেকে দুৰ্লভ নৰািয়ণক নৰনাৰায়ণ-সৰ্য্যেৰ আগমনি জনোৱা পতী ৰা বুলিব পাৰি; অৰি তেওঁৰে আদৰ্শ অনুসৰি ইন্দ্ৰনাৰায়ণে। বিদ্যোৎসাহী হৈছিল বুলি উতিৰ গৰ বুজিব পাৰি। কবিৰ সৰস্বতীয়ে কৈলাস বৰ্ণনাত লিখিছে- ফটিক প্ৰকাশ হৰ কৈলাস জলে নানী মা।... আম জাম শামি। অতি অভিম শাল ভাল ভাল দেখি। ফলিল কটকী সৱণ কেতেকী ল মধ্যে যাক লেখি। গৱা নাৰিকল লেভেকু টেঙ্গা দাড়িয। ষোলেঙ্গ মধুৰি কমলা কপৰা ফেন চেনি চড়া মাদত আমোল-মোল। পড়টা কন্টক আছে কি নষ্ট দলশানে হেৰে ভাল ... শীতল নিম্মল সৰোৱৰে তল বৰে বৰো কৰে তীৰ। আছে' গান-পান দেখি সুখ মন নিল মন শৰীৰ। অমল কমল ফলি ফুলি ডাল শোভে। এৰি মধুপানি লোভে। জবা পনিৰুল আছে জল ভবি সুকোমল দল পঞ্চে বুচিকৰ