পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কেতেকী প্ৰচৰ 48 নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী শুনে কি এক হংস চৰ্শক জলছৰ পক্ষীগণ। ক্ষণে ক্ষণে উবি ফুৰি ফুৰি পৰি জলত কৰে ক্ৰীড়ণ। লবঙ্গ মালতী ফলিল সেউতী কুন্দ কুবক জাই। পী নাগেশ্বৰ। শিবিষ বিস্তৰ হাত মেলি ফল পায়॥ ৰঙ্গিন ৰেৱত। আছে থপি গ্ৰুপি ভগৰ অষত মালী। ফল-ভৰে হালি পৰে ডাল ভাজি ফলি বকুল জালি। ফুলিছে বন্দুলী গন্ধে নাহি তুলি কদম্ব দেখি শোভন। কনক ধৰ নেলি মাৰি দশন। হেয় শে। বিচিত্ৰ উদ্যান ফলে তথা সকাল॥ মত মনোহণ মন্দাষ কুম পাৰিজাত তথা আছে। খল অভিনব দেখি ভাল গাছে গাছে॥ তাত কপে আছয় শাৰ শ। তাত কোন কথা। মহা তৰৰ মাগি পাইলা বৰ মনে অভিলাযী তথা বসত মিলিল আবাৰে কোকিল বহয় মলয়া বৱি। ভ্ৰমৰা পৰি চিত্ত চৰি কৰি কোকিলে তেজিল বাৱ? এই বৰ্ণনাই সৰ্বসাধাৰণ পঢ়লৈকো অৱশ্যে “কীৰ্ত্তনৰ অন্তৰ্গত “হব- মোহন'ৰ ভিতৰুৱা "দিব্য উপবন'ৰ চিত্ৰলৈ সঘনে মনত পেলাব। লালিত্য বা বৰ্ণনাতেই নহয়, ভাষাতো “ফলভৰে ভাগে ভাল” “নহয় মলয়া বৰ', “কোকিলে তেজিলে ৰাৰ” আদি যেনেকৈ শঙ্কৰদেৱৰ প্ৰতিধনি যেন লাগে; “শাল তাল ভাল দেখি”, “বুবোঁ ৰৰো কৰে তীৰ”, “হাত মেলি ফলে পায়" আদি ভাষা তুলনাত প্ৰাচীন হোৱাতকৈ “কীৰ্ত্তন”তকৈ অৰ্বাচীন যেনহে লাগে; ইও বিশেষ চিন্তা কৰিব লগা কথা। দুৰ্লভনাৰায়ণ বাজত্বৰ সমসাময়িক বুলিৰ পৰা এতিয়ালৈকে জনাৰ ভিতৰৰ শেষ কৰি বুদ্ৰ কন্দলী; কিন্তু “অসমীয়া সাহিত্যৰ ঢানেকি'ৰ সম্পাদক গোস্বামীয়ে এওঁক এই আটাইকেজনৰ আগত ঠাই দিছে। তাৰ কাৰণ একো নিদিলেও গোস্বামীয়ে সম্ভব দ্ৰকন্দলীৰ পষ্ঠপোষক ৰজা তাম্ৰাধক দল ভনাৰায়ণৰ পৰ্ববতী বুলি ভাৰে; কিয়নো এই কবিয়ে মহাভাৰতৰ দ্ৰোণপৰ্বৰ অন্তৰ্গত সাতক-প্ৰবেশৰ পদ-ভাঙনিত লিখিছে- শ্ৰীমন্ত তমিজ অনজে সহিতে। বদ্ধৰ সমান ধৰ্ম শিশ, কাসতে।