পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী এক সি পদম, চৌষঠী পাপৰি। তাত চড়ি নাচ অ' ডুমনী বাপবী। হেৰ ডুমনী, তোক পুছিম সদ, ভাৱে। আহ-যাৱ তই ডুমনী কাৰনো নাৱে॥ অবিদ্যা-তন্ত্ৰী বিষয়ব ঢাঙী, ডুমনী বিক্ৰিয়া। তোব হন্তে মই ভৰ-বপ ছাড়িলে নটব পেড়া॥ তোৰ তুল্য, ' ডুমনী, মইও কপালী। তোৰ হতে এই গ্ৰহণিলো হাড়ৰ মালী॥ কীয়া-সৰোবৰ ভাঙি অ' ডুমনী খাৱ মোলান। মাৰিম ডুমনী তোক, তোৰ লম পৰাণ৷ মূল তত্ত্ব ও মহাসুখ-স্বৰূপিণী পৰিদ্ধা অৱধতী নৈৰাত্মা বা নিৰ্বাণ ইন্দ্ৰিয়গ্ৰাহ্য নহয় বাবে অস্পশ্য ডুমনীব তুল্য; আৰ, বাপ আদি বিষয়ৰ অতীত বুলি সি নগৰৰ বাহিৰীয়াৰ দৰে। বামুণৰ দৰে অন-সহজযানী যোগীয়ে নৈবাত্মাৰপী ডুনকি ছুই ছুই যায়, পিছে পাব নোৱাবে। পমেকং নিৰ্মাণকং চতুঃষষ্ঠী-দলযুক্তম।” সষ্টি-ৰহস্য নিহিত এই নিৰ্মাণচক্ৰৰ ওপৰত উঠি নৈৰাত্মাৰপী ডুমনী নাচে; আৰ নিৰ্ঘিণ নাঙঠ সহজযানী যোগীয়ে তাক লাভ কৰে। কাপালীকৰপী যোগীয়ে কুণ্ডল আৰ, হাড়ৰ মালা পিন্ধিছে। অপৰিশদ্ধ অৱতীৰপী ডুমনীয়ে কায়া-বপ সৰোবৰ ভাঙি বোধিচিত্ত-ৰলে মৃণাল খাইছে; এই অবিদ্যালুপিণক হত্যা কৰা উচিত। ৰাগ ভৈী-কৃষ্ণ (বজ্ৰ) পাদানাম্ ভৱ নিৰ্বণে পড়হু মাদলা। মন-পৱন বেণি কৰণ্ডকশালা॥ জঅ জঅ দহি সাদ উছাল। কাহ্ন ডোম্বী বিবাহে চলিআ। ডোম্বী বিবাহিআ অহাবিউ জাম। উতুকে কি আণতু ধাম॥ অহণিসি সল্প পসঙ্গে জাজ। জোইনি জালে ৰণি পোহাজ। ডোেম্বী এৰ সঙ্গে জোই বত্তো। খণহ ন ছাড়এ সহজ উত্তো। অসমীয়া অক্ষৰনবাদ ভৰ-নিবণত (বাজে) পটহ মাদল। মন-পৱন দুই কৰণ্ডক শাল। জয় জয় দুন্দুভি শবদ উছলি। কান, (যায়) ডুমনীক বিবাহলৈ চলি॥