পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আদি মধ্যযুগৰ অসমীয়া সাহিত্য ডুমনী বিবাহ কৰি বিন্মশিম জন্ম। যৌতুকত লভিম হত্তম ধৰ্ম। অহৰ্নিশি সৰত-প্ৰসঙ্গত যাব। যোগিনীৰ জ্যোতি জালে ৰজনী পোহাব। ডুমনীৰ সঙ্গে যি যি ৰত। খন্তেক নছাড়ে তাক সহজ উন্মত্ত। মৰ্মাৰ্থ : ভৱ-নিৰ্বাণ পটহ-মাদল (বাদ্য) আৰু মন-চিত দুই ধৰ্ম কৰকৰ আলয়-স্বৰুপ আকাশত অনাহত দম্পতিৰ ধনি; কিয়নো কৃষ্ণাচাৰ্যই অপৰি- শহ্মা অধুতিকাক বিয়া কৰাৰ (অৰ্থাৎ ভৰ-নিৰ্বাণ আৰ, মন-চিত ধৰম কৰি বিদ্যা নালিব) আৰ, অনুত্তৰ ধাম (ব। নিৰ্বাণ) যৌতুক বাপে লাভ কৰি পুনৰ্জন্মৰ হাত সাৰিব। তেতিয়াহে তেওঁ পৰিদ্ধা অৱধুতিকাৰ (নৈৰাত্মা- ৰপিণীৰ) সহায়ত মহাসখে কাল কটাব। বীণাপাদৰ এনে এটি পকাত্মক দোহা—“স-লাউ সসি লাগেলি তান্তী। | ‘ললনা প্ৰয়া ঘকেন বসনোপিসংস্থিতা। অৱধতী মধ্যদেশে তু গ্ৰাহ্যগ্ৰাহকবজিত।" সাহিত্যৰ ফালৰ পৰা ইয়াৰ অতি সবহখিনি গীতেই অতীৰ সৌন্দৰ্যব্যঙ্গক আৰু ধৰ্মতত্ত্ব বা দাৰ্শনিক তথাৰ ফালৰ পৰাও বহুমলীয়া। ভাষা-তত্ত্বৰ যালৰ পৰা অসমীয়া আদি পব-ভাৰতীয় ভাষাৰ আদিম অৱস্থাৰ নিদৰ্শন পে ইয়াৰ মূলা ততোধিক। বিশেষ মন কৰিব লগা কথা, অসমীয়া কোনো পণ্ডিতে আজিলৈকে এই গতিবোৰৰ কোনো মল পুথি চকুৰে দেখিবলৈ পোৱা নাই; বঙালী আৰ, মৈথিলী আদি ভাষাৰ পণ্ডিতসকলৰ চকুৰেহে এই পাঠবোৰ চাবলৈ পোৱা হৈছে। গতিকে অসমীয়াৰ ফালৰ পৰা এই পাঠবোৰৰ লৰচৰ কৰিবৰ আশঙ্কা যে বব কথাই, অসমীয়া নজনা লিপিকাৰে ইয়াৰ অনেক অসমীয়া ৰূপ আনফালে গোনাই বিকৃত কৰাও অসম্ভৱ নহয়; কিয়নো বঙালী পণ্ডিতসকলে মৈথিলী লিপিকাৰক আৰু মৈথিলী পণ্ডিতসকলে বঙালী সম্পাদক মল পাঠ বিকৃত বা বুলি পৰম্পৰ অভিযোগ কৰিবই লাগিছে। আন এটি লাগতিয়াল কথা, এই বৌদ্ধ কবিসকলৰ ভিতৰত বিচাৰ কৰিলে অসমীয়া কৰি কেইবাজনো ওলাৰ পাৰে বুলি সহপাদব প্ৰসঙ্গত উনুকিয়াই অহা হৈছে। গাৰ কৰা হৰি নামৰ মালা। ফলিছে কমল ফুল, গুঞ্জৰে ভমৰা॥" এই ঘোষাৰ প্ৰসঙ্গত দেহ-বিচাৰৰ গীতৰ সম্পৰ্কত উল্লেখ কৰা বৌদ্ধ সিদ্ধাচাৰ্য মীননাথৰ কবিতা কেফাকি একবিংশ দোহাৰ সংস্কৃত টীকাৰ লগত দিয়া আছে। অততঃ মীননাথ কামৰুপৰ লোক বলি তিবতীয় গ্ৰন্থৰ ওপৰত