৫১ আদি মধ্যযুগৰ অসমীয়া সাহিত্য চৌবশী মহাসিদ্ধৰ ভিতৰত প্ৰথম, আৰু তেওঁ শতাব্দী দশম শেষ বা একাদশ আগভাগব লোক। অন্যতম বৌদ্ধ কবি-সিদ্ধ দাৰিকপাদে লইক তেওঁৰ গৰ, বুলিছে : লুইপাদৰ আন নাম মংস্যেন্দু বা মৎস্যাল্বাদ। (অধ্যয়ন ৫৩-৫৬ পি) বাগ পটমঞ্জৰী -লুইপাদানাম্। ভাব না হোই অভাৱ ন জাই। অইস সংবাহে কো পতিআই। লই ভণই বট দলখ বিণানা। তিঅ ধাএ বিলসই উহ লাগেনা | জাহেৰ বাণ চিহ্ন দূৰ ণ জানী। সে কইসে আগম কে থানী। কাহেব কিস ভণি মই দিব পিৰিচছা। উদক চান্দ জিম সাচ বি মিচছা! লুই ভণই মই ভাইব ( ভবই | কিস। জা লই অছম তাহেব উহ ণ দিস॥ অসমীয়া অক্ষৰাবাদ ভাব (৫) নহয় অভাৱ (বেলা) ন্যায়। এনে সংবোধত কোন পতিয়ায়। লুই ভণে বট (প) লক্ষ্য বিজ্ঞান। তিনি ধাতু বিলসিছে উহ লগা টান। যাশ বণ চিন ৰপ (একোকে জানি। সিটো কেনেকৈ আগম বেদে বখানি! কাক কিবা ভলি মই দিম জিজ্ঞাসা। উদকত চাল যেন সচা বা মিছা। এই ভণয় মই ভাবো (বা) কিটো। ষি লই আছোঁ ভাব উহ নেদেখো। মল তয় ঃ ভাব বা অগং অসং; এতেকে তাৰ অভাৱ বা ধংস হয় বলি পতিয়াৰ নাপায়। কায়-বাক্য-চিত ৰপ ত্ৰিখাতুৰ সহায়ত ইন্নিয়াতীত সহজা- নম্বৰ প্ৰকৃত অনুভূতি জন্মিব নোৱাৰে। যি নিৰ্বণ বৰ্ণ-চিহ্ন-ৰূপ হীন, তাক নো আগম বেদে বথানিৰ কেনেকৈ? পানীত প্ৰতিবিম্বত চন্দ্ৰ যেনেকৈ সচাও নহয়, মিছাও নহয়, তদুপ। “অবিম্বিতস্য চন্দ্ৰস্য চলনে কৱকতে। মতো নানতে, যম্বৎ তুম্বং কালস্য সষ্টি।" (যোগবাশিষ্ঠ)। কাহ্নপাদৰ তত্ত্বমুলক আন এটি গীত; তাত লইৰ “তৰৰ উপমাকে বৱহাৰ কৰিছে “মন তব," ইত্যাদি। তদুপৰি তেওঁৰ ৰপাত্মক দোহা অক্ষবানুবাদ। ১a | ৰাগ দেশাখ কপাদানা নগৰ বাহিৰে হেৰ' ডুমনী, তোৰ ঘৰ। দুই ছুই যাৱ শান্তাভিমানী বামণ নষ। হেৰ ভুমন, তোৰ সমে মই কমি সঙ্গ। নিৰ্ঘিণ কান, কাপালীক যোগী উলঙ্গ।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/৫৩
অৱয়ব