পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

উত্তৰ নৱ-জন্ম যুগৰ অসমীয়া সাহিত্য ২৫১ গুৰুক উপসি, আসিয়া হৰি আপনে। শঙ্কৰ স্বৰূপে অৱতবি, প্ৰকাশিলা নিজ যশবাশি, যাক শুনি-ভণি তৰি যায় সৰ্বজনে॥ ৩৩৪।” সংস্কৃত সাহিত্যতো এওঁ সুপণ্ডিত আছিল। কেইটিমান বৰগীত আৰু বুঢ়া- ভাষ্য নামৰ এখন পুথিও পুৰুষোত্তমৰ ৰচিত বুলি কোৱা হয়। পৰমানন্দ ঠাকুৰ নাৰায়ণ আতাৰ যোগ্য পুতেক; পুৰুষোত্তম মাধৱদেৱৰ অনুণত না-ধোয়া বঢ়াৰ নৰে এৱো শঙ্কৰদেৱৰ অনুকৰণত কুসুম-লাত “গুণ- গুণমালা" লিখি গুৰুজনৰ লীলা বৰ্ণনা কৰে। শঙ্কৰদেৱৰ পৰদেশী শিষ্যবৰ্গৰ বন বিতোপন ত্ৰিজটা সন্ন্যাসী, তেইে। ব্ৰজবাসী। ভজিলন্ত আসি॥৯২ গোপীনাথ সন্ত, কৰ্মী আছিল। শৰণ লৈল, হৰি ভলিন্ত॥৯৩ সেতুৰ খণ্ডত, বিশ্বনাথ সম্ভ। ৰণ লৈল। ৯৪ ৰাম স কৰ্ম এড়িলন্ত, হৰি ভজিলন্ত॥৯৫। হৰি ভলিন্ত। ০৬ কৃষ্ণকান্ত সই হৰি লিপ্ত। গসিধৰ সত, ভজিৎ নাম।৯৮ বুদ্ৰপদ নাম, আজি আন কাম। পণমা হন্ত। শৰণ লৈল, হৰি ভজিলন্ত॥৯৯ শকণ লৈল, হৰি ভজিলন্ত॥১০০ বিছুদ নাম, অতি অনুপম। কৈলা পশুৰাম, বুক প্ৰণাম॥১০১ শৰণ লৈল॥১০২ বিষ্ণুপুৰী সম্ভ, পশিল শৰণ॥১০ ৰূপ সনাতনে, আনো মাত্ৰ সন্ত, কোনেকৰিব॥১০৪ তাক কহি অন্তু, পৰশুৰাম নামৰ এজনেও শঙ্কৰদেৱৰ আৰু এওঁৰ অনুকৰুণতে কুসুম-মালাত গীতা-গুণমালা এখন লিখে। মাধৱদেৱৰ নামঘোষাৰ আৰু পুৰুযোমৰ ন- গুলু মানিলন্থ, গুৰু মানিলন্ত, গৰুৰ প্ৰাম শ্ৰী ধৰ অহয়, ৰাম ভ সন্ত গুৰু মানিলন্ত। শৰণ লৈল। ঘোযাৰ গঢ়ত সোতটি পদৰ এখন কেৱলীয়া-ঘোষা লিখি গোপাল আতাই মাৰ- দেৱক আৰু যদুমণিদেৱে গোপাল আতাক নিজ গুৰুৰূপে বন্দে— মাধৱ মাধৱ প্ৰাণ, মাত্ৰ মাধৱ আহা, মাধৱ মাধৱ গণ ইষ্ট। মাধৱ মাৰ নাম, সুমলে সুমঙ্গল মাধৱেসে সেৱ ইঃ নিঃ॥১।