পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২২৯

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নৱ-জন্ম যুগত গুলি উঠা অসমীয়া সাহিত্য বৰ্গীত আৰ ‘জন্নযাত্ৰা, আৰু “উদ্ধৱ সম্বাদ” নামৰ দুখনি অঙ্কই গোপাল আতাব সাহিত্য-প্ৰতিভা জিলিকাই থৈছে। মাধৱদেৱৰ “ওগো মাই তোহোৰ ভনয় যদুমণি” বিতোপন বৰগীতটি সেৱৰোৱা এওঁৰ যাত্ৰাৰ সামৰণি গীতটি অতি ধুনীয়া গীত ৰাগ ভাটিয়ালী, একতালী গোকুলে উদয় যদুমণি। আনন্দে নন্দৰ পুৰ ছানি॥॥ গোপীগণ আসিয়া হশিষে। কৃষ্ণ-শিৰে কুসুম বৰিযে॥ হালধি গো মোট ভবি। অনন্যা অন্যে সিধে বঙ্গ॥ মোট-জলে শৰীৰ ভিজায়া। ৰে Tট থাসে গোপায়া॥ কৃষ্ণ-যশোনাৰ মুখ ঢাই। প্ৰেমণে নখন ৰা॥ গোপগণে উঠিয়া হৰিষে। দধি-দুগ্ধ সিপ্লে শোদিশে॥ ঘসে মৃত ঘোলে মাৰে মাটি মাৰে লৱণুৰ পিণ্ড বাটি॥ ঋষিগণে বেননি কৰি। সম্বনে সুমৰে হৰি হৰি॥ দেৱগণে গগনে হৰষে। নাচে হাসে কুসুম বশিষে॥ শিঙ্গা শ ভেৰি ঢাক ঢোল। গগন পূৰ্ণিয়া হৰি-ৰোল॥ সভাত যতেক বৃদ্ধ আছে। উঠি সৱে প্ৰেম-ভাৱে নাচে॥ অন্যো অন্যে লৰি ধৰা ধৰি। ফুৰে সৱে মাটিত বাগৰি॥ কতো উঠি কৰে জয় জয়। উপজিলা নন্দৰ না। গাণিণি পৰ-পৰ মনে। ধৰিয়া গোপাল দীনে ভণে॥ গোপালচৰণ দ্বিজই (১৫৪০-১৬১০?} শশশ। পৰ্ণয় অনুসৰি ভাগৱত তৃতীয় স্কন্ধৰ পদ বাৰিছিল, আৰু অনন্ত কন্দলীৰ দৰেই সেইদেখি এওঁ শঙ্কৰদেৱৰ উচ্ছিষ্ট ভোটেন কৰিছে বুলি সৈ কাঢ়িছে “শ্ৰীশঙ্কৰক আণি সাধুসৰ মত। যদি পদ নিবন্ধিয়া আছে নানা মত॥ তথাপিতো তাহাৰ উচ্ছিষ্ট যিটো পাওঁ। সাধুসল্লৰ বাক্যে তাকেসে জোৰাওঁ॥” (৬৯১ পদ)। আকৌ “আছিল শ্ৰীদামোদৰ মহা সন্ত। ভাগৱত শাস্ত্ৰ মাত্ৰ সন শুনিলন্ত। তান নিজ কিন্তুৰ পৰম সাধুচয়। ইদানীকে হবিগুণ সত্ৰে প্ৰৱৰ্তয়॥ তাসন্থাৰ বচনক কৰি শিৰোগত। তৃতীয় স্কন্ধৰ পদ কৰিবে। বেকত।” (৬৮৯-৯০পদ)। এই উস্কৃতিৰ পৰা “বিৱৰণমূলক তালিকা ” লেখকে ততাতৈয়াকৈ