২০ নতুন পোত্ৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী পৰম দুৰ্বোধ আয়াত তোৰ ভয়ান অৰ্থে হলি যত লীলা অৱতাৰ ধৰা তুমি কৃপাময়। তাহান চৰিত্ৰ সুধা-সিন্ধু তাত ক্ৰীড়া কৰি দীনবন্ধু চাৰি পুৰুষাৰ্থ তৃণৰ সম কয়॥ ৬৫০। চিন্তা, ইচছা, অনুভূতি; মনৰ এই তিনি ধৰ্ম অনুসৰি যথাক্ৰমে জ্ঞান, কৰ্ম, ভক্তি, এই তিনি বুতি। ইয়াৰ ভিতৰত কোনটো শ্ৰেষ্ঠ, ই চিৰন্তন প্ৰশ্ন হৈ আহিছিল; গীত শাস্ত্ৰত তাৰ শেষ মীমাংসা হোৱা নাই, তা সম্পূৰ্ণ নিৰ্ণয় হৈছে শ্ৰীমদ্ভাগবতত। নাৰদীয় ভক্তিসূত্ৰত “ওঁ ত্ৰিযু সতেষু ভক্তিবেৰ গৰীয়সী ভক্তিৰেৰ গৰীয়সী" বুলি নাৰদে উৰ্বাহ হৈ কবয দবে, “নামঘোষা” কৈছে- “কেল ভকতি, পুৰুষক তবে, হয় কাকো নচাৰে। স্থান তা তাৰে, তাবিতে নপাৰে, ভকতি নপাবে মাৰে॥২০৫।" দৈত্যাৰিৰ মতে কোচবেহালতে মাধৱদেৱে ঘোষা সমাপ্ত কৰে বেহাত কতোদিনে মাধৱদেৱল ছৈল মন। আল ভৰি সোন কৰো আনি একথন, এহি বুলি শৰণ ভঞ্জন॥ নন্দা স্তুতি উপদেশ প্ৰাৰ্থনা কাকুতি যেন বহুবিধ গঢ়ল কলিলা॥ শঙ্কৰদেৱৰ নিৰ্দেশ অনুসাৰে শঙ্কৰদেৱৰ জীৱিত কালতে নামঘোষা'ৰ ৰচনাৰ আৰস্ত হলেও তাৰ পাছত মাধৱদেৱৰ শেষকাল ছেৰাতহে যে ইয়াৰ পৰিসমাপ্তি হৈছিল, তাৰ নানান প্ৰমাণৰ ভিতৰত গুৰুজনাৰ প্ৰতি ভক্তিভাব তীব্ৰতাও অন্যতম। সেই তীব্ৰতাত গুৰু আৰু দেৱ যেন ক্ৰমে একত পৰিণত হব খুজিছে- বৈকুণ্ঠ প্ৰকাশে প্ৰেম-অমৃতব ননী। পাল ভাঙ্গি দিলা বহে ব্ৰহ্মাক ভেদি॥৩৭১। শ্ৰীমন্ত শঙ্কৰ না যেন কল। তাহান্ত কিাই নাই নাই নাই আমাৰ পৰা ৰু। ৭৫ কালিদাসৰ “মেঘদূতে" সমসাময়িক সংস্কৃত সাহিত্যত সোনকালে এক শ্ৰেণীৰ “দূত"-কাবাৰ জন্ম দিয়াৰ দৰে মাধৱদেৱৰ নামঘোযায়ো ততালিকে তৎকালীন অসমীয়া বৈষ্ণৰ সাহিত্যত শোৰী “ঘোষা” কাবাব উৎপত্তি কৰিলে। কিন্তু “মেঘদূত”ব প্ৰতিপত্তি প্ৰমাণ কৰি সেই “দূত"-কাবাবোৰ বতৰ-ফুলৰ দৰে সেই বতৰতে মৰহি যোৱাৰ নিচিনাকৈ “নামঘোষা"লো সাময়িক সমাজৰ ওপৰত কিনান বসে
পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২০৪
অৱয়ব