প্ৰকৃতি পুৰুষ নৱ-প্ৰম যুগত মুচুলি উঠা অসমীয়া সাহিত্য ২০১ দুইতো কৰি পৰ দুইহানো নিজ কাৰণ। পম ঈশ্বৰ নামক ধৰিয়া আৰ তাতে নামাণ॥ প্ৰকৃতি পুৰুষ দুইবো নিয়ন্ত্ৰ মাধৱ। সমৰে আত্মা হৰি পৰম৷ বান্ধব। ৪০৫ বাসুদেৱ নিগদতি হাসি সাগতে বিদিত ভৈলা আলি তুমি সে পুৰুষ প্ৰকৃতি কৰি পৰ! সমস্ত কীৱৰ বুদ্ধি সাক্ষী কেৱল আনন্দ নুৰ। স্বৰূপ সুখৰ সাগৰ দেৱ ঈশ্বৰ॥ ৬৫৩ প্ৰকৃতিৰ প্ৰতিৰোধৰ বাবেই সং ব্ৰহ্মা আৰু অসৎ জগতৰ মাজত সীমাৰেখা টানিবৰ আৱশ্যক হল। ব্ৰহ্মাই সৎ, চিৎ, আনন্দ। পৰাপে হবি হয়ত হাহন্ত প্ৰকাশ। ভূত-প্ৰণ বুদ্ধি-মন, প্ৰৱৰ্তে যতেক জড়শি॥ চৈতন্য স্বৰূপ নিত্য, সহ ত মান অখণ্ডিত। তোমাৰ বিৰে ৰূপ, সবাস নায়াৰ কৰি॥ আয়া য়ানমায় আৱৰ সমাড়ে। সম? শৰ এহিমে বিচাৰ কৰ॥ ত্ৰিগুণী প্ৰকৃতি শুদ্ধ সব প্ৰতিবোধেই মায়া। নামঘোষাত- প্ৰসন্ন হয়োক হব, কৰিয়েক মায়াক নিন। আপুনি বেকত কৰি জীবক কবিয়ে পবিত্ৰণ॥ কপট গুণত ধৰি মুহি আছে আমাক সমূলি। তোমাৰ চৰণে আমি ভজিলোঁহো জয় জয় বুলি। উন্মত বায় আছে যত তীবগণ। পীড়ন নিমিত্তে বোলায় মন॥১৬৫। মলিন সত্বৰ প্ৰতিবোধতেই অবিদ্যাৰ জন্ম। আকৌ নামঘোষায়-- হাফেসহ পৰিা, নাপায় না তাৰ অবিদ্যা। কৃষক পত্ৰিয় ফেন, কণ্ঠলগ্ন বস্তুক সাক্ষাত॥৭১। তোমাৰেসে আবিদ্যায়ে, আমাক মুহিলে হৰি, নয় নোহো তোমাৰ তত্বক। শবণ পশিয়া সাৰ, কৰিলোহে তোমাৰ নামক॥ নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মই সগুণ সাকাৰ ৰূপ ধৰাৰ কাৰণ— যিহেতু চৈতন্যপূৰ্ণ তাহেসে ইশিয়াণ, হে কৃষ্ণ তুমি মাত্ৰ, আৱৰ যতেক ইটো, হবিসে চৈতন্য বেল-বেদান নমো নমো নাৰায়ণ, আপোনাৰ মহিমাক তোমাৰ মায়ায়ে হৰি চায়েক মায়া স্বামী মধুমতী মায়া আহা ঈশ্বৰক লাগ, অবিনাশিলে লাগ, তোমাৰ চৰণে হনি,
পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/২০৩
অৱয়ব