নৱ-জন্ম যুগত ফুলি উঠা অসমীয়া সাহিত্য ১৪৯ থে চুক্তি লভিলা মুবাৰি। হৰিৰ বিৰহে দেহা তাৰে। কৃষ্ণ কৃষ্ণ বুলি গেড়ি দেয়। তুৰ অনুৰ ভৈল বৈী। কিনো হৰি নিদাৰুণ ভৈল। কৃষ্ণ বিনে কি কৰে জীবনে। প্ৰভাতে বাকি কোনে ধেনু। কোনে চাইব কটাক্ষে নিক্ষি কোনে দিবে বংশীব নিন। আমাৰ জীৱনে নাহি সুখ। নীল আকুঞ্চিত যাব কেশ। শূৰ যুগ মনৰ চাপ। কচি কমল লোচন। সুম ললাট গও সুল। নাসা তিল কুসুম সুন্দৰ। দশন দাড়িম্ব বীজ পান্তি। কদু কণ্ঠে কৌস্তুভ প্ৰকাশে। সিংহবন্ধ স্কন্ধ সুপ্ৰসন্ন। কেমূব কঙ্কণ তাতে ফুলে। হিয়াত শ্ৰীবৎস কৰে গন্তি। শীত বস্ত্ৰে শোভে তনু কালা। তাতে পড়ি অনেক ভ্ৰমৰে। বক্ষঃস্থলে মুকুতাৰ হাৰ। বব মেখলা কটি মায়ে। কৰিকৰ উৰু নিৰুপম। ধ্বজ বন্ধ অঞ্চলে অঙ্কিত। Eণ হনণয়বগুন। কদৰ্শ কোটিক কপে জিনি। পড়ি পড়ি কান্দে গোপনাৰী॥ যেন তৈল বাতুল স্বভাবে। ১০৫৩। আমাৰ প্ৰাক কোনে নেৰ। জীৱ কাড়ি নেয় কেন কবি॥১০৫৪। গোকুল নাথ কৰি গৈল॥ আউৰ কোন যাইৰ বৃন্দাবনে॥১০৫৫। কোনে বা সুললিত বেণু॥ জুড়াইৰ হৃদয় কাক দেখি॥১০৫৬। কি দেখি ৰাখিবো আৱে প্ৰাণ॥ আউৰ নেদেখিৰে কৃষ্ণ-মুখ॥১০৫৭। শিৰে ৰত্ন কিবীটি সুবেশ॥ দশনে হবে হলি-তাপ॥১০৫৮। সুধা সম মৰন॥ চাৰু কংণে মকৰ কুণ্ডল॥১০৫৯। শোভে অতি অকণ অধ॥ হাসে জিনে মথ শপ্তি॥১০৬০। সূৰ্য যেন উদিত আকাশে॥ যুগ বৰ মেলান॥১০৬১। যত্নৰ গুলিয়া শোতে গালে॥ যেন মেঘে এলাকাব পান্তি।১০৯২। আপাদ-লম্বিত কনমালা॥ মধু-লোভে পড়িয়া গুপ্ৰবে।১০৬৩। আকাশী গঙ্গাৰ যেন ধাৰ॥ সোণাৰ কিহিনী তাতে বাজে॥৯০৬:৪। শণ পৰ নাম। বঙ্গমায় নুপুখে ৰঞ্জিতে॥১০৪৫। নেদেখিবো সি হেন ঢৰণ॥ গোকুলে প্ৰকাশে যদুমণি॥৯০৬৬।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১৫১
অৱয়ব