পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪৮ নতুন পোবত অসমীয়া সাহিত্যৰ বুৰঞ্জী উচ্চ বৃক্ষ দেখি সোধে সাদৰি। শুনিয়ো অশ্বথ বট পাকড়ি॥ মহন্তে দেখিলা নন্দকুমাব। নেন্ত চুবি কবি চিত্ত আনাব॥৮৫৪। হে কুক অশোক চম্পা। কহিয়া কথা কৰা অনুকম্পা॥ মানিনীৰ দৰ্ণ কৰিয়াব। জনি কৃত যান্ত কত দূৰ। ৮৫৫। ওবা তুলসী সমিধান দিয়া। তুমি গোবিন্দৰ চৰণ-প্ৰিয়া॥ মাহান্তে দেখিলা নন্দকুমাৰ। প্ৰাণতো অধিক প্ৰিয় আমাণ। ১৮৫৮। হে জাতী যুথী সখী মালতী। কৃষ-পণশে কি লভিলা গতি॥ সমস্ত গোপীৰ জীৱন ধন। দেখিলা যাহান্তে ন-নন্দন। ৮ি৫৭। হে আম জাম বেল বকুল। নাহি। তোমাৰ তুল॥ কৰব বিহে দেখে আন্ধাৰ। কোৱা কৈ গৈল প্ৰাণ আমাৰ॥৮৫৮। কিনো তপ বা কৰিলা ভূমি। কৃষৰ চকণ পবশি তুমি॥ মিলি আছে আতি আৰু ভাৰ। দেখো বোমাঞ্চিত তোমাৰ গাৰ। ৮ি৫৯। পূৰ্ব্বতো বৰাহে আছে আলিলি। তুমি সকালে কৃষ্ণৰ সঙ্গী। দেখিছা কৃষক জানো নিশ্চয়। কহিয়ো আমাত হুয়ো সদয়। ৮ি৬০। মৃগ-পত্নী সখী দেখিল হবি। তোমাৰ নেত্ৰব আননকাৰী॥ যাতে প্ৰিয়া সমে গতিবিলাসে। হেবা কুল গন্ধ কুসুম-বাসে। ৮ি৬১। কতো গোগী বোলে শুনিয়ে বাণী সাত কৃষ্ণব পুহা কাহিনী। কৃষণ নখৰ পৰশ পাই। দেখে পুলকিত সমস্ত কায়॥৮৬২। ইয়াৰ পাছত আকৌ যমুনাৰ বালিত নামি গোপীব বিতোপন কৰুশ বিলাপ- শত নাশ উদৰক শ্ৰীক নিন্দে। হেদায় নেব কটাক্ষে আমাক মাৰিছা তুমি গোবিন্দে। [৮২। নিকিনিলা দাসী ভজিললাহো আসি গীততে হুয়া দগধ। কন্টাক্ষে মাৰিলে বধ লাগে কি অস্ত্ৰেকাটিলেক বধ | ৮ি৯৩। আমাৰ মনে অসুখ। জানো পাণ-পথে তৃণ-শিলা লাগি প্ৰাণনাথে পান্ত দুঃখ। ৮৯৯। কংসবধ দহ কুবিৰ ওপৰ পদৰ পোৰ্থৰটি কবিতাত সম্পূৰ্ণ। কৃষ্ণব এই মথুৰা যাত্ৰা-প্ৰসঙ্গ উপযোগী “জয় হৰি জয় বাম” ঘোষাৰে গোপীৰ বিলাপৰ কবিতাটিও কাব্য-জগতৰ এপাহি অপূৰ্ব পাৰিজাত- চাবিক যাহা