পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

. নৱ-জন্ম যুগত মুলি উঠা অসমীয়া সাহিত্য ১৪৩ সুবৰ্ণ ৰজত লোহা হলে তিনি শুঙ্গ। চকুত চমক লাগে দেখিতে বিৰিঙ্গ॥ আন মত লক্ষ কৰে কৰে তিণিমিণি। দশদিশ প্ৰকাশিয়া শোভে শুক্লগিৰি॥ ক্ষীৰ সাগৰৰ ঢউ চৌতিতি উথলে। পখালে পক্কত সুশীতল দুগ্ধজলে॥ নদী-নল শেষ বিশেষ সোহব সৃটিক নিৰ্ম্মল জল দেখি মনোহব॥ অগঞ্জ ন পন্ন সকল লোক। আনো ত ত না ৰে ৰ ল একা॥ ছয় ঋতু এককালে বসন্ত উদয়। ভ্ৰমণে ওৰে তুলি পঞ্চম পুৰয়॥ হৰমোন প্ৰায় এশ পদৰ মুঠ দহটি কবিতাৰ এখনি এধানমান সুকীয়া কাব্য বুলিব পাৰি। ৰামানুজ বিশিষ্টাদ্বৈতবাদতকৈ যে শঙ্কৰদেৱৰ প্ৰচাৰিত মত শঙ্কবাচাৰ্য্যৰ অদ্বৈতবাদৰ ফালেহে ঢাল থোৱা ইয়াক এই কাব্যৰ আৰৱৰ বিতোপন হব ব্যতিটিৰ পৰাই সলসলীয়াকৈ বুজিব পাবি নমো নমো মাধব বিধিব বিধিমাতা। তুমি জগতৰ গতি মতি পিতামাতা॥ তুমি পৰমায়া জগতৰ ঈশ এক। একো বন্ধু নাকি তোমায় ত্ৰিবে॥ তুমি কাষ্যকাৰণ সম চৰাচৰ। সুৱ কুগুলে চো নাহিকে অব॥ তুমি পশু-পক্ষী সুবাসুন এক-তৃণ। অয়ন মূঢ় জনে দেখে ভিন্ন ভিন্ন॥ ইয়াৰ সেইদৰে এই শান্ত ৰসৰ পৰা শৃঙ্গাৰ বা আদি ৰসলৈ আহি তাকো শঙ্কৰদেৱে কেনে বিচক্ষণভাৱে ফুটাই তুলিছে মন কৰিব পাবি- হে মহা বিন দেখিল ক্ৰিয়ন দিব্য কন্যা এক আছে তাতে। কোটি লক্ষ্মী সম মোহে কটাক্ষে ত্ৰৈলোক্য মোহে ভণ্টা খেৰি খেলে দুয়ো হাতে॥ তপ্ত সুৱণৰ সম ললিত বলিত হৃত-পাবি। চকু কমলৰ পাসি সনে বশ কাম ভৱ॥ শ্বশান্তি কাৰ পিঠি খনো হাসে সমষ্টি চাহি লাফে চান্ত চকু মুদি। শ্ৰম অনেক ভালে। উভুৱাৱে বস্তু বাৰে, উচ্চ কুম্ভ হোৱে জানি॥ কঙ্কালে কিঙ্কিনী বাজে, চৰণ-কমল মাজে ৰণ নূপুৰ কনকুন। হলে অতি মধ্যদেশ সংসাৰ-মোহি বেশ একো হাঙ্গে নাহি প্ৰতি-খুন॥ মুখ চমম শোয়ে পৰে সুৰভি লোভে বেঢ়ি মধুকবে কবে বোল। দেখি শম্ভু অতি ভৈল ছোল॥ শৃঙ্গাৰ ৰসৰ অৱতাৰণা সম্পৰ্কত বঙলা ভাষাৰ গীতিকবি চণ্ডীদাস আৰু মৈথিলী কবি বিদ্যাপতিৰ লগত শঙ্কৰদেৱৰ পাৰ্থক্য বিশেষ মন কৰিব লগীয়া। চণ্ডীদাস সহজীয়া কৰি গতিকে তেওঁৰ ৰাধাকৃষ্ণ বিষয়ক প্ৰেম গীতবোৰ বামী ইলে দেহ নিৰুপম মুখো মনোহৰ হাসি শৰীৰৰ লাশে নেত্ৰৰ কটাক্ত ঠেস