পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪ ৪ নতুন পোহবত অসমীয়া সাহিত্যৰ বুৰঞ্জী ধুবুৰ্নীৰ লগত তেওঁৰ প্ৰেম-আখবাৰ অভিজ্ঞতামূলক। বিদ্যাপতি বৈখাৱা নাছিল, গতিকে ব্ৰহ্মা-বৈৱৰ্ত্ত পুৰাণ আৰু গীত-গোবিন্দৰ কামশাস্ত্ৰমুলক কাহিনী গঢ়ি তাব অনুপ্ৰেৰণাত এই প্ৰেম-গীতৰোৰ তেওঁ ৰচিছিল; কিয়নে স্বপতে জদেৰ “গীত-গোৰ্কিকাব্যত “গীত" হে আছে, “গোবিন্দ" নাই। এতেকে চণ্ডীদাস -বিদ্যাপতিৰ গীতত যিখিনি ঠাই কৰিব আৰু-পৰীক্ষাই চিনি আছে, শঙ্কৰদেৱৰ কাৰ্যত সেই দুন নিশ্চয় আত্ম-কয়ে আধিকাৰ কৰিছে; গতিকে শঙ্কৰদেৱৰ এনে আদি-সব বৰ্ণনাৰ পিছত যি এটি পবম প্ৰসাদ কাক পান শান্তিল ভাব বাটচাই থাকে, চণ্ডীদাস বিদ্যাপতি আনিত তাৰ গম পাব নোৱাৰি। হৰমোহনৰ এই বিপুল মদন-উৎসৰ যে মান-ভস্মৰ আন এটি উদাহৰণ তাক সহহ্নে বুজিব পাৰি (৫৮৫-১ পন)। হবমোহন যে তলেপ আগতীয়া বচন তাক ভণিতাই কয়- ভাগবত পদবি বছিল শঙ্কন কবি, কুঞ্চৰ চৰণ কৰি সেৱ॥ শুনিয়োক বৃদ্ধ লোন নিন্দা নকৰিবা নোক, মনি দেখা পদত দূষণ। আমি জগতৰ শিষ্য ফ্ৰানি কলা বিবি, মহৰ ক্ষমালে ভূখণ॥” বলিদুলন দেড় কুৰিনান পদৰ মুঠ পাঁচটি কবিতা সমাপ্ত। জগতকে পৰিত্ৰ কান্ত দৈত্যপতি। হৰিবো বিস্ময় দেখি বলিৰ ভকতি॥ আন্তৰ্থীকে মহিমা গায়ে সিদ্ধ মুনি। হেয়। বৈষাৰ নতু দেখি নতু শুনি॥ এনে বলি বজাক ছলি কেনেকৈ সুতললৈ পঠোৱা হৈছিল, তাক দেখুৱা হৈছে। ইয়াৰ পাছত শ্ৰীকৃষ্ণব আদ্যোপান্ত কাহিনী বৰ্ণনাৰ কাব্যবোৰৰ আৰম্ভ। শিশু লীলা দেড়শ ফাকি নান পদৰ মুঠ এঘাৰটি কবিতাৰ সমষ্টি। বিযুওব অপৰূপ মূৰ্ত্তিৰ উন্মোচনেৰ এই ধাৰণৰ আৰয়। তাৰ পাছত কৃষৰ ব্ৰজলীলা আৰু যশোদাৰ লগত হোৱা বিভিন্ন কাহিনী বৰ্ণনা। এইবোৰৰ তত্ব বুজিবলৈ হলে তাৰ সচাৰ কাঠি পাব লাগিব। নামাঘোত আছে --“অহঙ্কাৰ থাকওে, সাক্ষাতে কি পাৰে, শ্ৰবণ-কীৰ্ত্তন ধৰ্ম মাৰ॥৬।” দেখাত অসম্ভৱ যেন লাগিলেও, ই সত্য; আৰ। তাৰ সাক্ষী যশোদ। যশোদা এনে পৰম ভক্ত আছিল যে তেওঁৰ ভজিব বলেৰে “যাক যোগী নপাৰে ধ্যানত" সেই কৃষক তেওঁ পুত্ৰৰূপে বৰ্থীয়া লবলৈও পাইছিল। “কহয় মাধৱ মাই কিনো তৰ্গ- সাইলি। ত্ৰিজগতপতি হৰি ৰাখোৱাল পাইলি॥" (বৰগীত)। . পাচ্ছে ইমানৰ সত্ত্বেও তেওঁৰ অহাৰ একেবাৰে যে চা নাছিল, এই কুটি লৈয়ে কৃষ্ণই