পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰতিবিম্ব মুখে ১৪২ নতুন পোহবত অসমীয়া সাহিত্যৰ বুৰঞ্জী নৃসিংহৰ চৰণৰ গতি উলকল কৰে বসুমতী॥৪ ২০। চক্ষুৰ বুৰ্শিত ভৈল হন্ন। নিষ্প্ৰভ সমতু গ্ৰাহগণ॥৪২১।" প্ৰচণ্ড ভূমিকম্প বা ধুমুহাৰ পাছত প্ৰকৃতিয়ে প্ৰশান্ত মূৰ্তি ধাৰণ কৰাৰ দৰে এই বৌদ্ৰ ৰূপৰ পাছত ব্ৰহ্মাৰ আদেশত প্ৰহ্লাদে কৰা জুতিত শাস্তু-বসব উদ্ৰেক আৰু তাৰ লগে লগে শঙ্কৰদেৱৰ প্ৰচাৰিত বৈষ্ণব মতো প্ৰকাশিত হল- “তুমি গীৰ তোমাক-পূজিলে মিলে আপোনত নাই। যেন মূখক দেখিয়া দৰ্পণ চাই॥৪৪৩। জয়ন লোল দেখিয়া তোমাৰ প্ৰভু মোৰ ভয় নাই। নিকাৰ দেখিয়া সদায় ধাতু উড়া॥৪৪৪। কিমতে ভকতি কৰোঁ পঞ্চেন্দ্ৰিয় পন্যদিকে লাগি ধৰে। অনেক সপত্নী সকলে 'আকুল কৰে।৪ ৪৫। যিটো চালেও কাৰ-বাৰু, মনে সদায় সুমৰে হৰি। আছে বা এই যিট্ৰো ব্ৰাহণেৰ সিসে শ্ৰেষ্ঠ আত কবি॥ সিটো মহাগ। বিশ্ৰে আপোনাক পবিত্ৰ কবিবে নাৰে। সুবই ঢাণ্ডলে আপোনাকো তাল সমস্ত কুল উদ্ধাবে॥S ৪৬। ভক্তৰ এই পৰম প্ৰাৰ্থনাৰ সমিধানত আকৌ নৃসিংহৰ মুখে শঙ্কৰদেৱৰ ধৰি পবিত্ৰ মক্ষ্মই সঘনে প্ৰতিধ্বনিত হৈছে সেই হ্ৰস্বসুনাতে “শুনি নৰসিংহে হাসিলন্ত। জানো তুমি কত একান্ত।৪৫৩। সদায় শুনিবৰ মোৰ কথা। মোৰ ৰূপ চিন্তিৰ সৰ্থা॥ কীৱনে পলাইব পাপচয়। ভোগ ভুঞ্জি পূণ্য কৰ ক্ষয়।৪৫৪। তোৰ যশ ব্যাপিব জগতে। ৰাত্ৰি-দিনে মোক সুমবন্তে। সবে কন্ধি ত্বৈ হীন। অন্তকালে মোতে যাইবা লীন॥"৪৫৫। আকৌ নিম গহীন পণত ভক্তৰ গুণ দোহাৰি সামৰণি মাখিছে- পৰম বৈৰ তই পুত্ৰ ভৈলি যাব। একৈশ পুৰুষ তাৰ কৰিলি উদ্ধাৰ॥ মৈত থাকে মোৰ ভক্ত উদাৰ চৰিত্ৰ। কীট-পতঙ্গকো তথা কয় পৰিত্ৰ॥ নকৰে প্ৰাণীক হিংসা নাহি একো স্পৃহা। আমাত অপৰ্ণ কৰে আপোনাৰ দেহ। গজেন্দ্ৰাপাখ্যান তিনটি বিতোপন কবিতাত সম্পূৰ্ণ। প্ৰাকৃতিক শোভা- কৰ্ণনাত আকৌ সেই অপূৰ্ব্ব ক্লাছিকে বা প্ৰাচীন সাহিত্যৰ সৌন্দৰ্যা-সমাবেশ- সুনীৰ সাগৰৰ মাঠে ত্ৰিকূট পৰ্বত। প্ৰকাশন্তে আছে তিনি লোকত বেকত॥