পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

> 30 নৱ-জন্ম যুগত ফুলি উঠা অসমীয়া সাহিত্য সমস্ত শাসুৰ তত্ব ঔদ্ধাৰি। বুলিলা অভকে নিন্দা কৰি॥৭২৩। শঙ্কৰদেৱৰ কোচবেহণত বাস আৰু ধৰ্ম প্ৰচাৰ আদিৰে ৰামচকাৰ শক্ষক- চৰিত্ৰৰ মূল যষ্ঠখণ্ড পাবলৈ নাই। দৈত্যাবিৰ মতে, কামৰূপৰ বিপদী বামুণ - বিলাকে অনায়কৈ লগোৱাত বিৰক্ত হৈ নৰনাৰায়ণে তৎক্ষণাত শঙ্কৰদেৱক ধৰি নিবলৈ মানুহ পাঁচিল; শঙ্কৰদেৱক নাপাই সেই মানুহে গোকুলচাশ আৰু নাৰায়ণ ঠাকুৰক ধৰি নি গোসানী-সেৱা কৰিবলৈ দিলে আৰু তাত অমান্তি হোৱাত তেওঁলোেক নানান অত্যাচাৰ কৰিল (৭২৯-৪১ পদ); শঙ্কৰদেৱে পাটবাউসীত থাকি তিকুচিৰ তাঁতশালৰ নিৰীগৰূপে সহায় কৰোঁতে তেতিয়া “ষোল নাম লবলৈ বিচৰা সেই তাতী-দলপতি গোপালক শৰণ দি মথুৰাদাস আত্ৰা নাম দিয়ে, আৰু এৱেই পাছত বৰপেটা সত্ৰৰ প্ৰতিষ্ঠাতা হয়। বৰপেটাৰ পৰা ধৰাই নিতে শঙ্কৰদেৱে নৰনাৰায়ণৰ আগত ৰচি গোৱা তোটয়টি-- “মধুদাৰ দাবণদেৱৰব। বৰ বাণিজলোচন চক্ৰবণং॥ ধৰীধৰ ধাৰণ লেয় পণং। পাৰ্থ বিদ্যাত নাশকং॥ কৰ চুৰ্ণিত চেদিপ ভূৰিভগাং। ভগভুষণ কোৰ্চিত পদযুগং॥ যুগকে নাগব বেশকচিং কচি বাংশুপিধান বীৰশুচিং। শুচি চামৰ বায়ু নিসেবা অনুং। তনুমবাগানেই সুবেশ॥ মন্ত হবীশ সহায় বতং। বতিপয়ণ শত্ৰণং॥ নত বৰ্ভুল স্থূল সুদীৰ্ঘ ভুলেং। ভুলগাধিপ অপশয়ান মঞ্জং॥ তাজমণ বিগ্ৰহ বিশ্বক। শুকগাহন কান কৰ এবং॥ তৰুণীমনমোন সৰ্ব্বশুভং। শুভদায়ক নীল নিত॥ ইত কুঞ্জ মৌলিক মাল্য বহুং। বগ লোৰ সমষ্টি সৰ্বসহ॥ সহ জায়তে পলীক্ষ চিং। চিদানন্দ বিনোদন বেদলিং॥ বিন্দুমন মুগুন স্তু গলং। গলশোভিত কৌস্তুভ ভীমবলং॥ বলভদ্ৰ-সহোদৰ সত্ৰ বপুং। বলুনিন্দিত বিশ্বমুৰাৰ বিপুং॥ বিপু যুথপ যুখপ দৰ্পহৰং। ত্ব মৌলি নিষ্ট পদাজ পৰং॥ পাকে সহায় সহশ্ৰমুখ। মুখৰালি কুলাতুল মালসুখ॥ সুখমোকদ দক্ষ মা নমশা। মনমোপবিমেয় সহস্ৰ মল॥ ফলতোস্মি ন তেমিন তেস্মিহবিং। হৰি বৈী ঘশন ভোগ্য হৰিং॥ হৰি-কিঙ্কৰ শঙ্কৰ ঈশপদে। পদমিচ্ছ গামতি চামৃত দে॥"