পৃষ্ঠা:অসমীয়া সাহিত্যৰ বুৰঞ্জী.pdf/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

থাকিল মাহত . লিঙ্গ পুৰাণৰ নতুন পোেত অসমীয়া সাহিত্যৰ বুৰঞ্জী কিন্তু আন তত্ব কহিলন্ত হাসি জানি॥ তাব অৰ্থ তত্ব কহি কন্দলীত এহি মতে সৰে আছে। হৰিবংশ তথা পদ কবিলন্ত পাচ্ছে॥ ৰুক্মিণী-হৰণ গত এলা কুৰুক্ষেত্ৰ আৰো কৈলা। কৰিয়া প্ৰবন্ধ সেহি ৰাৰ স্কুল গীত আৰো বিৰচিলা॥ আছে যত যত পুৰাণ ভাণত ভাগবত আদি চাই। নথি তাৰ নস দিলা তানি ঠাই ঠাই॥ কীৰ্তন দশম স্বাদতো স্বাদ বিশেষ। কাবাক্যে চাইল যত সাৰ পাইল পয়াৰে দিলন্ত বস॥ গোপীসকলৰ আনিলা নাম উচ্চাৰি। পম মতিনে দশম কীৰ্তনে দিলা নাম পূৰ কৰি॥ পুৰাণ ভাৰত ভাগৱত মত কথাপে নচিল॥ ৰাম ৰান শুব সহ শঙ্কৰক বুলিগন্ত একদিনা বনে সাদবি বোলে দশমৰ সাৰ, ছোয়া-হশ আববা বাৰ, পৰ কৰি দিয়ো ডেকাগিৰি॥ শুনি ব শঙ্কব, তেতিক্ষণে দশমৰ সাৰ কাঢ়ি পদ কলিন্ত। সাধ ধ অৰ্থ কাম লীলামাল হ্নে নাম, বসে কি তাহাল খৈল॥ পাৰিজাত হেন নাম, কৰিলা শঙ্কৰে তাত পাচ্ছে শুনা নিবন্তৰে, যিমতে শঙ্কৰে, কৰিহন্ত ৰত্নাকৰ। লাল ৰঙ্গ শাল, কবিলাসাণ উদ্ধাৰ॥৩৪১৩-৩৮ তেন্তে শঙ্কৰদেৱে নকৈৰ পাছত পাটিবাউসীত এই সকলো গ্ৰন্থ ৰচে। তদুপৰি আহোম ৰাজাৰ দৰে কোচ ৰাজ্যতো শঙ্কৰদেৱে প্ৰতিক্ৰিয়াশীল দলৰ হাত নাসাৰিল। কীৰ্ত্তনৰ অন্তৰ্গত পাৰগুমৰ্পন কিয় ৰচা হৈছিল, দৈত্যবিয়ে তাৰ এটি বিৱৰণ দিছে; ভক্তসকলক বিদ্ৰুপ কৰি বিপক্ষবাদীবিলাকে কিবা ৰচনা কৰিছিল বাবে (৭১২-১৬ পদ)- 'নানান শাৰ তত্ত্ব উদ্ধাৰি। ব্ৰাহ্মণসৱ ছুইবে যোগ্য নয়। দেখাইলা কৰি কবিতায় |৭১৮।" তেতিয়া মাধৱদেৱে কাবৌকে শঙ্কৰদেৱক কলে, “ব্ৰাহ্মণে বোলক যত লাগয়। আমাৰ বুলিবে যোগা নহয়॥৭১৯।" তেতিয়া শঙ্কৰদেৱে সেইখিনি নষ্ট কৰি বহল ভাৱে লিখিলে-- কৰিলা পাষগুমন নাম। কীৰ্ত্তন-ঘোষা অতি অনুলাম॥ আগম পুৰাণ সংহিতা যত। সহস্ৰ নাম গীতা-ভাগৱত॥৭২২। বিচাৰি তাহাৰ,