পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৯০ অসমীয়া সাহিত্যৰ চানেকি। এটা তিৰি কৰে, কেনায় আই তঁয়ে, | কাৰ হন্তে চলি পালি। ৰাধে নানলি বাৰি,। দাত সেকৈ পড়ি, | তযয মল্লি হই কালি। তোৰ উচিত আগে, ৰাধাক লব লাগে, | যশোদা বুলন্ত হৈতো। মাতে আহ আই ৰাধিক', মোৰ প্ৰাণাধিকা, | প্ৰাণ দাত্ৰী শান্তিক লওঁতে। ৰাধা কৃষ্ণক কলাত লই, ৰাজ ৰাজেশ্বৰী হই, | সভাৰ ভিতৰত বহিল ৰানী। যশোদা কেনা হল, যেনায় ৰূপাৰ গাছত সোণাৰ ফল, ফলৰ ভৰত হালি পৰিল ঠানি। কিবা ৰাধিকাৰ বৰণ, লাজে সোণা লৈছে শৰণ, কলাৰ কাখত দেখা যায় কেনা। নীলৰ কাখত হৰিতাল, | শিলৰ কাখত সোণাৰ থাল, | মেঘৰ কাখত গাইৰ তিৰ মিৰি যেনায়। চলি বৰ্ত্তা দেখি নন্দ, মনে নধৰে আনন্দ, | অঝক কলাত কৰি ধল্যাক নাচিবা। মদ খাৱা কাছিৰ দৰে, কটী ঠেকচা খাই পৰে, | তেওঁ চতে নেৰে ঘুৰি ফুৰিব। লগে লগে গুৱাল গিলা, | নাচি ফুৰে আথা পাথা, | কাৰ গাত কুনি পড়ে যাই।। কেইটী ভাঙ্গিল দইৰ কাতা, তাতে পিচলী পৰিল কেইটা কুনি তাৰ বাত্ৰা লৱে ভাই।