কলঙ্ক ভঞ্জন। ২৭) খানিক মান পৰে চক্ষু মুদ্ৰিত কৰিল।। তাহা দেখি যশোদাৰ পৰাণ উডিল। লৰেনা হৰিৰ বুক, জিউ নকৰে ধু ধু, | দেখি যশোদ। মাবে ভুক আপনাব বুকে। বোলে বাপা শ্ৰীহৰি, | কোক যাহ মোক এৰি, আৰ মোৰ কাৱে নাই ত্ৰিলোকে। তই মোৰ সৰহ, অল্পমান ৰহ ৰহ, | ময আগে গেলি তুই যাবি। অলাল জীউ আৰ পলম নাই, এৰি নাযাবি কানাই, | যাহ যদি ধোৰ ভাগী হবি। যশোদাৰ শুনি ক্ৰন্দন, | আহিল গাউৰ গিৰিগণ, হাট লাগিল নদ ৰাজাৰ ঘৰে। কৰে বলে নাকান্দিৰি গাই, নমৰে তোৰ বাছা কানাই, কিন্তু ছলিটুক ধৰিছি কুৰিৰে। কাৰে বলে ওই কুবা, তোমাৰ চলিক ধৰিছি বিবা, কৱে বোলে মুই মাতৃহাৰ মায়া। কাৱে বোলে পাৰ মাক, চলিক ধৰিছি (গোডা, কাৰে বোলে শখান শালিয়া। কাৱে বোলে নুই মাহি, চেমুখাবটুই ধৰিছি গতি, কেনায় কবি গোৰু লই যাই।। চখুত লাগা ছলি দেখছি, | সখাকি যুখুনী ববিছি, মূবাক হই ইট আই॥ কাৱে বোলে মাৰে সৌ, | বাৱে বোলে সপা গো, কাৱে বোলে কল সাধ গহইক লাগি। কুনু ভক্তেনি বেলে যা, সচঙোত সৌ পূৰ্ণ, সেৱা, | বাৰ নগৰিয়াক বলে দিনি ঠোগী। এনায় সময নন্দৰাজা, আহিল বাথানোৰ পেবে। ছিদাম সুদাম বলবামোক কান্দিব। দেখে বাট গবে। নন্দবুলে বলাই বাপা কিয়ো কান্দাহ ইয়াত বহি। মায় মাৰিছি নাকি বাপা কলাত লওঁ আহি মোৰ দেহি।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৯৩
অৱয়ব