পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৫৮ অসমীয়া সাহিত্যৰ চানেকি। কৰিব লগীয়া কাম কৰি এটালে যে কি সুখ বোধ হয়, তাক কৰিব লগীয়া কাম কৰা মানুহেহে জানে। বহি থকা মানুহৰ, কাম নোহোৱা বা নকৰা মানুহৰ কতো সুখ নাই। মলৈকে যায় তৰে পৰা তাৰ সুখ পলাই।” ভাব লহৰী। উঃ ইকি? ময কত আছো? ই সেই গুৱাহাটী নহয় নেকি? উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ মাজে দি ব্ৰহ্মপুত্ৰ সিতো হয়ই। কামাখ্যাৰ, উমানন্দৰ, অশ্বক্ৰান্ত, শুক্ৰশৰব, জনদ্দন, মনিকৰ্ণেশৰব, উগ্ৰতাৰাৰ, ছত্ৰাকৰিৰ, ছিলাচলৰ দেৱালযৰ পৰত ইযাতে মন্দিৰ বিলাকে। ঠিয় দি আছে উপবশীতো আছেই। বাটে পদুলিয়ে মানুহ, বঙ্গালে কালে ভবা। তেও কিয শত বোধ হৈছে। মনত শুদ। শুদা লাগিছে। ইয়াৰ মানুহ বিলাক কলৈ গল? দেখি যোৱাৰ এটাকে নেদেখো দেখোন। কবলৈ পলাল নেকি? এই ঠাইক কিয, ইয়াৰ বৰ বৰ মানুহ বিলাকে একে বাৰে এৰি গল? এই ঠাইক মানুহ থকাতো কি মবী ঠাই যেন বোধ হয়। | ইমান বিলাক মানুহ থকাতো কিয় কিবা নাই যেন, কিবা নাই যেন মনত লাগিছে? যেই পিনেই ঢাও সেই পিনেই শূন্য। মঠ মন্দিৰবিলাক ভাঙ্গি যাব ধৰিছে। সি বোৰৰ গৰাকী নাই। নামঘৰ বিলাক ভাঙ্গি গল। এতিয়াৰ মানুহে তাৰ কথা কবই নোৱাৰে। ভাল ভাল মানুহৰ ঘৰ বিলাক শুদা। কতবাত ঘৰেই নাই। কাবাৰ ভেটীত কোনোবাই ঘৰ কৰিছে, আগৰ ঘৰ নাই পদূলি নাই। চৰাঘৰ নাই বৰঘৰ নাই। চিনাকী মানুহ নাই। মানুহবিলাক কলৈ গল কি হল কাক সুধিম। সুধিলেও কব নোৱাৰে। এতিয়াৰ লহতে বাটে যাওতে কথা সুধিলেও উত্তৰ নিদিয়ে। একোকে নেজানে হবলাই নহলেনো কিয় নামাতে। ইমান অলপ দিনতে ইমান পৰিবৰ্তন। কতু ৰঙ্গ নাই। সুখ নাই। চাৰি পিনে হাহাকাৰ। যি পিনেই দেখা সেই পিনেই শ্মশানৰ নিচিনা। আগৰ মানুহবিলাক দেৱতাৰ দৰে আছিল। এই হাহাকাৰ শুনিব লাগে বুলি, ভুত প্ৰেতৰ উপদ্ৰব বেঢ়ি হব বুলি তেওঁবিলাক আটায়ে মিলি কোনোবা দেৱঠাইলৈ গল হবলা? যি ঠাইত দেৱ তুল্য লোক থাকে, সেই ঠাইয়েই দেৱলোক। দেৱতা নাই, আনন্দ স্বৰূপ ব্ৰহ্মৰ বিৰাজ নাই। সেই দেখি এই ঠাই এতিয়া মৰী ঠাই যেন বোধ হৈছে, মৰী ঠাইত, শ্মশানত যি, থাকিব লাগে