আনন্দ ৰাম ঢেকিয়াল ফুকনৰ জীবন চৰিত্ৰ। ২১৫ ফুকনৰ অতিশয উদাৰ ভাব ছিল। অসমীয়া লোক সকলক তেওঁ বৰ প্ৰীতি কৰিছিল। বঙ্গালী সকলকে। তেও অপ্ৰীতি নকৰিছিল। বাঙ্গালী বিলাক যে বিজাতীয আৰু বিদ্বেষৰ পাত্ৰ এইটো তেওঁ কেতিয়াও মনত নানিছিল। বাঙ্গালীৰ যেনে অসমীযাবো তেনে কুচবিণবনি গোককহে বেয়া পাইছিল। হিন্দু, মুচলমান প্ৰষ্টিযান সকলোকে তেওঁ সমাৰূপে দেখিছি ধৰ্ম্ম বিশ্বাসৰ কাৰণে কাৰৰ প্ৰতি তেওঁ বিৰক্ত নহৈছিল। বৰঞ্চ যেইযে যি ধৰ্ম্ম বিশ্বাস কৰে সেইযে সেই ধৰ্ম অনুসাবে কাম্য কৰিলে তেওঁ বৰ ভাল পাইছিল। তেও ভণ্ডামি বৰ ঘৃণা কৰিছি। কলিকাতাত থকাতে তেওৰ কোনো এজন বন্ধুৰে লুকাই মদ খোৱা দেখি তেওঁ আশ্চম অব চমৎকৃত হৈছিল। তেওঁৰ চৰিত্ৰ সাধু আৰু নিৰ্ম্মল আছিল। তেও ব্যভিচাবক বৰ ঘৃণা কৰিছিল। কলিকতাত তেওঁব কোনো এজন বন্ধুৱে ব্যভিচাৰত পাপ নাই এই কথা কোৱাত তেওঁ বৰ দুঃখিত আৰু আশ্চৰ্য হৈছি। তেও ক প্ৰশংসা কবিয়ে তেওঁ বৰ গচ্ছিত হৈছিল আৰু তেও কাবে। নিন্দা ব্যাখ নকৰিছিল। | তেওব প্ৰশস্ত মনত অনেক আদি ভাৰ উৎপত্তি তৈছি। সদব আদালত নিস্পত্তি আৰ ব্যৱস্থা স গ বিষযে ও ৰ মনত সি ভাৰ সেইটো প্ৰথম ভাব, পূৰ্বে কাৰে। তেনে ভাব ছিল ইয়াক আমি জানিব পৰা •াই। শ্লীলতা। তেওঁ বৰ গ্ৰণ কৰিছিল। বৈশাখৰ বিহু ও নগাওৰ স্থানে স্থানে শ্নীল নৃত্য গীত হৈছিল সেই সকলক তেও নিবাৰণ কৰাৰে। গাৰ, সেইৰূপ কাণ্য যে অনিষ্ট জনক তাক তেওঁ সকলকে বুজাই দিছিলে।। | বিচাৰ কাৰ্যত তেওঁ বৰ নিপুন আছিল। তেও হাস্য মুখে সকলৰে পৰা শুধি পুচি বিৰোধৰ মূল তথ্য উলিয়াবলৈ ভালকৈ জানিছিল আৰু পক্ষ পাত শুন্য ৰূপে। আজ্ঞা প্ৰচাৰ কৰিছিল। বিচাৰ কাষ্যত তেও কাৰো কথা নুশুনিছিল। তেওঁ বিচাৰ কৰোতে হাঁহি হাঁহি লোকক সুধিছিল আৰু কেতিয়াও কাকে। কোনো ভয় কি আন প্ৰবৃত্তি জন্মাই সোধা নাছিল। কোনোৱে খাটনি কৰিলে তেওঁৰ বিবেচনাব ওপৰত কৰ্তৃত্ব কৰিব নোৱাৰিছিল। | তেওঁ নিজে নথী চাই আৰু বুজি কায্য কৰাত অনি লোকৰ সাহায্য তেওঁৰ আবশ্যক নাছিল। কোনো এটা মোকদ্দমাত নগাঁওত তেও ৰ এজন কটুকে তেও কয়েদৰ আজ্ঞা দিছিল। তেওঁৰ শাস্তি প্ৰায বৰ কঠিন নাছিল। নজন। বুলি। লোক সকলক ক্ষমা কৰি লঘু শাস্তি দিছিল। তেওঁৰ এইটে। মত ছিল যে, যি
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৩৫
অৱয়ব