আনন্দ ৰাম ঢেকিয়াল ফুকনৰ জীবন চৰিত্ৰ।। সকলৰো ব্যবসায় উন্নত শিক্ষ। হৈছিল। এই পৰ্যন্ত ফুকনৰ তাসমীয়া বন্ধ! পাগুৰী লোকৰ আদৰনীয়। গীত বাদ্য বিষয়ে তেও অপটু আছিল। সেই বিষয় কোনো শিক্ষা তেওঁ পোৱা নাই আৰু পাবলৈ যত্ন নকৰিছিল। গীত গৰু বাদ্যৰ মধুৰত তেওঁ বুজিবলৈ পাৰিছিল। তেও অল্প সময পালেই গুণ গুণ কৰে কো•ে অসমীয়া গীত বা সংস্কৃত শ্লোক গাইছিল। আৰু কেতিয়াবা সুহুবিবেও সেইৰূপ গীত গাইছিল। তেওঁ আমাৰ অসমীয়া মানুহৰ দৰে পদ পপি পঢ়িবলৈ ভাল পাইছিল। কিন্তু আনে পঢ়িলে তাক শুনছিল। সাধুকথা শুনিবলৈ তেও ব ব শ্ৰদ্ধা আছিল। ফুকনে কেতিয়াও অসমীয়া নাম ধৰা নাই। তো যনব সমযত সৰ শুনিবলৈ ভাল পাইছিল সেই কাৰণে কসুকণ্ঠক বেহেলা শিকিবলৈ দিলে। তেওঁ বেহেলা কিছু শিক্ষা কৰিলত প্ৰতিদিনে ফুকনব শসনৰ সময়ত বেহেলা বজাই শুনাইছিল। তত তেওঁ বৰ তৃপ্তি পাইছিল। | হাট, চৌপট, সবঞ্জা কি নি কোনা বিধ খেলা ফুকনে নাজানিছিল। প্ৰথম বাৰ তেওঁ কলিকতালৈ যোৱাৰ পূবেল মি গানিছিল গৰু খেলাইছিল তাৰ পাচে আৰু তালৈ মন দিয়া নাই। লোকেবে আলাপ কৰাই তেওঁৰ প্ৰধান মোদ। তেওঁ কেতিয়াও কোনো অশ্লীল ভাষা নকৈছিল আৰু হাশ্লীল বিষয় আলোচনা নকৰিছিল। যুবা সময়ত কোনো কোনো লোকে সেইৰূপ কথা কৈ ভাল পায়। কিন্তু তেওব সেইটো অভ্যাস নাছিল। আদিবস খচিত সচৰাচৰ ব্যবসত যি উপমা কথা আৰু ভাব গাছে সেই বিলাক তেও নাজানিছিল বা জানিলেও ব্যবহাৰ নকৰিছিল। কেনো লোকৰ নি। ব্যাখ্যা কৰা তেওৰ অভ্যাস নাছিল আৰু তেনে কথা বৰ- কৈ ঘৃণা কৰিছিল। তেওৰ ক্ৰেধ উগ্ৰ নাছিল। এদিন তেওঁৰ বহুমূল্য কাপোৰ এখান ধোবাই অসাবধান কৰি নষ্ট কৰাত তেওঁ তাক লাঠিৰে মুৰতে মাৰ এটা মাৰিলে। ধোবাৰ মুৰৰ পৰা ৰক্ত পাত হল। ইয়াৰ পাচত তেওঁ বৰকৈ অনুতাপ কৰিলে। অন্যায় উপাৰ্জন তেও বব ঘৃণা কৰিছিল। বিনীৰ দেওয়ান থকাত তেওঁৰ যি ন্যায্য প্ৰাপ্তি হাত কিনে আনতে গ্ৰহণ নকৰিছিল। অসমীয়া লোকৰ এটা নিয়ম আছে কোনো ভাল মানুহ বা বিষয়াৰ ঘৰলৈ গলে হাতত কোন ইখান সিশান বস্তু ভেটিলৈ যায়। ইয়াক তেওঁ লবলৈ নীচেই ভাল নেপাইছিল। তেও সদাই সকলোকে সেইৰূপ কাৰ্য নকৰিবলৈ কৈছিল। ঘৈণীসকলকে। তেনে
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৩৩
অৱয়ব