পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্যৰ চানেকি। অল্পকৈ কথা পাতে আৰু পঢ়ি বা লেখি থাকে। তেওঁৰ পঢ়াব প্ৰতি ইমান মন অছিল যে তেওঁ কেতিয়াবা টোপনিত থকাতো মুখেৰে পঢ়া যেন শুনি। তে প্ৰকাশ্য কোনো সমাজত কেতিয়াও কোনো বক্তৃতা কৰা নাই। ইৰাজী কথা কবলৈ বা লেখিবলৈ তেওৰ বৰ অভ্যাস আছিল। ইৰাজে সৈতে আলাপ কৰোতে তেওঁৰ আলাপ শুনি কোনো ইবাজে তে যেন কথা কৈছে এনে অনুমান হয়। খেতো সেইৰূপ আছিল। বঙ্গল। ভাষাতে ৩০ ব ইৰূপ অধিকাৰ আছিল। তেও ব বঙ্গল। কথোপকথন শুনিলে। তেওক কলিকাতা হ'ব বঙ্গালী বুলি সি হৈছিল। পৰিটী লেখাত তেওব সামান্য অধিকাৰ ছিল। উৰ্দৰে কথাবা বব পাৰিছিল। সংস্কৃতত তিমান ভাকৈ কথা কব পৰা বা ৰচনা কৰিব পৰা অধিকাৰ নাছিল। অসমীযা ভাষাৰ বিষযে তেও বিশেষ যত্ন কৰিছিল। কোনো আসাযা ভাল শব্দ থাকিলে তব পৰিবৰ্ত্তে স’স্তুত কি আন শব্দ ব্যবহাৰ কৰিবলৈ তেও ভাল নেইছিল। পূৰ্বে অসমীয়া মানুহে অসমীয়া মানুহৰতলৈ চিঠি লেখিলে বঙ্গী ভাষাৰে লেখিছিল। তেও সেইৰূপ নকৰিছি। অসমীযই বঙ্গালা চিঠি লেখিলেও তাসমীয়াকৈ তেও উত্তৰ দিছিল। অসমীয়া ভাষাত চিঠি পত্ৰ লোগোতে পাঠ বৰ বিবেচনা নাছিল। তেও যাৰে মাৰে পত্ৰালাপ কৰিছিল তাৰে সৈতে পাঠাপাঠৰ বিবেচনা কৰি লেখিছিল এইৰূপে তাসমীয়া ভাষা সাধাৰণত প্ৰচলিত হবলৈ তেও বৰ উদ্যোগ কৰিলে আৰু বাট কাটিলে। পিতৃজন। ঢেকিয়াল ফুকনৰ আসাম বুৰঞ্জীৰ আদৰ্শৰে তেও এখান অসম বুৰঞ্জী কবিবলৈ ইচ্ছা কৰিছিল। কিন্তু সেই ইচ্ছানুসাৰে কাম্য কৰিবলৈ নোৱাৰিলে। তেওৰ অসম্পূৰ্ণ আইন ও ব্যবস্থা অনুবাদ পৰিবাৰ সকলৰ নানা ঠাইলৈ যাব লগীয়া হোৱাত বিশৃঙ্খল হল। আঙ্ক কি বিজ্ঞান শাস্ত্ৰত ফুকনব তিমান বিজ্ঞতা নাছিল। ন্যায অলঙ্কাৰ মনোবিজ্ঞান প্ৰভৃতি শাস্ত্ৰৰো সাধাৰণ নিযম মাত্ৰ জানিছিল। ব্যবস্থা শাস্ত্ৰত তেও বব পাৰ্গত আছিল। সদৰ আদালত নডিৰ আৰু আইন ও ব্যবস্থা সংগ্ৰহ পুস্তকৰ দ্বাৰাই তেও ৰ সেই বিষযৰ সকলন আৰু ব্যাপক শক্তি বিশেষৰূপে জানি। ফুকনে কোনো প্ৰকাৰ শিল্পবিদ্যা নাজানিছিল। কিন্তু তেওৰ শিল্পৰ সৌন্দৰ্য্য জ্ঞান আছিল। নগাওত গহপুৰ আৰু গুৱাহাটীত কাকুৰ অৰু ৰচকুল নামে দৰজি আছিল। ফুকনে আপোনাৰ দৃষ্টি দি সেই কেই জনৰ হতুৱাই কাৰচুবিৰ আৰু আনকাম কৰোৱাইছিল। তাৰ দ্বাৰাই ফুকনৰো কাপোব প্ৰস্তুত হৈছিল আৰু সেই