পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হৰ্স আৰু বিসাদ। ১৪৯ আমি ঢালেও একো দেখা নেপাম; কিয়নো কাৰ্জকাৰক সকলে দহ বজাৰে পং। চাৰি বজালৈকে চই ঘণ্টা কৰ্ম্ম কৰি এতিয়া নিজ নিজ ঘৰলৈ গৈ বিস্ৰাম কবিচে। এতেকে আজিলৈ থাওক, কাইলৈ দিনৰ দহ বজাতে আহি জি পাৰে। চামহক। আজি ইয়াৰ পৰা ঘূৰি ঘৰলৈ জোআ জাওক। | গুৰু সি দুযো ৰাতি পুই উঠি আৱকিয নিত্য কম্ম আচৰি : স্নান আদি কবি ৯ বজাৰ পুৰ্বে খাইবৈ নিকা কাপৰ পিন্ধি, আগ দিন। অলচি থক। ইস্কুল কাচাবি প্ৰভিতি চাবলৈ ওলাই গল। গৈ থাকোতে থাকেঁতে গুৰু জনাই কলে, ভ্ৰমান্ধ! আমি আজি আগেযে ইস্কুল চাবলৈ জাহক বলা, কাৰণ ইস্কল দেখা নিতান্ত অৱকিয় কথা। ইস্কুল জ্ঞান সিখ্যাৰ প্ৰধান স্থান, এই ইস্কুলৰ নিয়ম দোআৰাই ভদ্ৰলোক হবৰ উপই হই। আৰু ই লব সিখ্যাৰ দোহাই নিচেই সৰুতকৈ সৰু কথাৰ ভাৰ সভাৰে। বুজিব পৰা হই। আৰু ডাঙ্গৰ তকৈ ডাঙ্গৰ বস্তুৰ বা কথাৰ ভাৰ সভাৰ জানিবৰ ইচা জন্মে, আৰু ইস বিসাদৰো কাবণ জানিব পৰা হই। এই সকল কথা বাণ হৈ হৈ গৈ ইলৰ ফাললৈ জোসা বাট পাই, সেই পোনেই গৈ ইৰাজি' ইস্কলৰ দুৰ মুখ পালেগৈ। এনেতে ইস্কল প্ৰধান সিখ্যক মহাসযে সত্যপাল আৰু প্ৰমান্ধক দেখা পাই, সন্ত্ৰমেৰে উঠি আদৰ দেখাই সোমাই জাবলৈ কৈ বহিবলৈ দিলে কি কুসল প্ৰশ্ন কৰিলে। তাতে সত্যপালে সংখ্যেপে আপোনাৰ কৃসলৰ সঙ্কেত বুজাই সন্তোস মুখে হেড- মাষ্টাৰক মাত লগাই কলে, মহাসই; আমি হাজি আপনাৰ হস্কল চাবলৈ আহিৰ্চোহঁক। পাচে হেডমাষ্টাৰ বাবু এ তালপকৈ মিটিকিয়াই হাঁহি কলে ই অতি সন্তোসৰ কথা। আমি এই লাবিলাকৰ লগত লৰাৰ নিচিনা হৈ, হাসেস প্ৰকাৰ বিৰক্ত সজ্য কৰি দেশৰ উপকাৰৰ অৰ্থে কৰিাৰ কৰি আহেঁক; আপোনা- সকলে মাজে সময়ে আহি আমাক আৰু লৰাহক উচাহ দিব পাই। এই বুলি বহা চকখনি লাহেকৈ ঠেলা মবি গিয হল। পাচে হেডমাস্টাৰ বাৰ এ ওচৰত থকা বালক সেনিলৈ অঙ্গুলি টোকাই কলে, এইটি প্ৰথম শ্ৰেনি। এই লৰ। সকলে ৬৭ বচৰ মনকৈ তলৰ শ্ৰেনি সকলত পহি পহি এতিয়া এই সেনি পাইছেহি। এই শ্ৰেনিৰ ভিতৰৰে এই ৮ আইটি লৰাই এই বেলি এনটেন্স পৰিখ্যা দিবৰ কাৰন প্ৰস্তুত হইচে। এই সনৰ ডিচেম্বৰ মাহত পৰিখ্যাৰ দিন ধাৰ্জ হৈছে। পাচে ভ্ৰমন্ধে লাহেকৈ মাত লগাই মাষ্টাৰ ববুত সুধিলে, মহাসই; এই লৰাটিতে আৰু কিমান দিন পহিব লাগিব? মাষ্টাৰ বাবু ভ্ৰমান্ধৰ মুখলৈ চাই কলে, বাবু,