পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অসমীয়া সাহিত্যৰ চানেকি। নিজে নিজক অনুচিত কাৰ্জৰ পৰা নিলগাই, জি নিয়মে ইসৰৰ প্ৰিয় কাৰ্জ সাধন বিসয়ত ঠাৱৰ কৰি সন্তোস ভিৰ নোৱাৰে মনলৈকে পহিব লাগে। কিন্তু আজি কালি ইয়াত কপি জপি এনটেন্স পৰিখ্যা দিব পাৰিলেই মহা পণ্ডিত হলো জেন বুলি ভাবি পহিবলৈ এৰি কাম বিচাৰি হেবাগৰি খাই ফুৰে। এই কাৰনেই এই দেসৰ' ঢাৰে কেৰানি গিবিত বাজে সনি কোনো বিসেস বাজ সভাৰ গধুৰ বাব পোগাব পৰা বঞ্চিত হই। ই জা•ে সামান্য দুখৰ কথা; এই দেশৰ লোক সকলে তালপ লাভতে সন্তুষ্ট হৈ মনে মনে থাকে। এই সভৱৰ মূল কাৰন হৃদুবদৰ্সিাই; কিন্তু এই স্বভাব জে চিৰকাল থাকিব এনে নহই, ক্ৰমে ক্ৰমে আন আন ভাগৱন্ত দেসৰ নিচিনা হবগৈ, তাৰ সংসই নাই; সেযে জানিবা অলপ পলম। কিন্তু এই দেসি উক। সকলে ইদানি জি এটি দুটি গান দেসৰ বেৱহাৰ নিজ দেসত চলাবলৈ উদ্যোগি হৈছে, সেই দৰে ইয়াৰে। কৰিলে দেসব উন্নতি ঠোৰ বহু পলম নই। এই সকল কথাৰ প্ৰসঙ্গ কবি আন গান হেনিৰ চাহৰ সকা ঢাৰৰ কাৰনে আগ বাহি গল। মাষ্টাৰ সকলে একোটি কাটলে, কোনো এ সাহিত্য, কোনো এ অঙ্গ, কোনো এ বা পূবাবিত, ভুগো আদি পাঠৰ পুথি লৰাক সিবাব বুঝাব লাগিচে। তিনি ও তালপ অলপ অন গিযদি পাব কি পহোআব নিয়ম | ঢাই চাই ফুৰি সন্তোস লাভ কৰিলে। পাচে সত্যপাল জ্ঞানি এ কলে, মহাসই, আজি আপোনাৰ স্বল দেখি পৰম সন্তোস পালো। দহ বচৰ মানব পূৰ্বে এই ইস্কুলৰ এতিয়াতকৈ বহুত হিন অৱস্থা আচিল। মহাসই! আপোনাসকলে কেৰল পুগিব পাঠ বুৰৰহে তাধিকাৰ হৈটে, এনে নহই; দেসৰ কুচিত সভাও গুচাই ভাল কৰিবৰৰ উতম সুজোগ পাইচে। এতেকে এই চলতে দেসত চলি থকা বেয়া স্বভাও ক্ৰমে গুচিবৰ কাৰনে অপোন। সকলৰ হাতত পৰা লৰাটিহঁতক ডেন নিচেই ঢমু, দেখিথকা জনা বুজাৰ পৰা উপমাবে সমই মতে অসদ ব্ৰিওি গুচিবৰ উপদেস দি প্ৰানিৰ কল্যান সাধিব, এই প্ৰাৰ্থনা। পাচে মাষ্টাৰ বাবু এই কথা অৱস্যে কৰ্তব্য বুলি স্পিকাৰ কৰিলে। | এনে সময়তে এজন মাষ্টৰ এটি লৰা লগত লৈ আহি হেড মাষ্টাৰক জনালে, এই লৰাটি একে ক্লচিতে আজি তিনি বচৰ পহেঁ, তথাপি পহাৰ কোনো উন্নতি দেখা নগল, আৰু ওপৰৰ সেনিৰ পৰাও নমাই দেখা হল;