১৪৮ অসমীয়া সাহিত্যৰ চানেকি। উতম পুস্তক সকল চাই বিচাৰি পুৰতকৈ অধিক সুগমে লিখকৰ সমানে হস বিসাদৰ সোআদ বুজিব পৰা হৈছে। লোকে কই জোহা গচৰ ফল ভোগ কৰোঁতে হিমান সুম নেলাগে। ভৰালৰ ধান উলিয়াই বানি কবি, ভাত খোহত জি পৰিশ্ৰম, সেই অমে সৈতে ইতৰ আৰু বিসেসৰ তুলনা কৰি চালেই জানিব পাৰি। তা ৰু ভ্ৰমান্ধ! মন কৰিবাচোন, প্ৰানৰ উপকাৰৰ অৰ্থে দেশে বিদেসে জি সকল পুস্তক সম্প্ৰতি উপস্থিত আছে, সেই সকল পুস্তকৰ ভাব এজন বা দুজন লোকৰ আয়ূসৰ দিনেৰে জে ওলাইচে, এনে নহই; আৰু সেই অসংখ্য পুস্তক এজন দুজনৰ বয়সত জে উপজুক্ত মতে পাঠ কৰি নিৰ্দোস ভাব বুজি জগাৰ্থ ৰস লৈ লৈ অবিৰোধি হবৰ সম্ভব, এনেও নহয়। বৰং কোনো মহাজ্ঞানিএ লিখি থৈ জোন্স। একে খনি পুথিকে মথি মথি জথাৰ্থ ৰসৰ সেস পাবলৈ টান। এতেকে জানিবা, ইস্বৰিয়া মহিমাৰ সেস নাই। দেখা, আমি এতিয়া দুৰৈৰ পৰ। সো পত খন কেৱল স্যাম বৰনিয়া এডোখৰ ওখ ঠাই মাত্ৰ অনুভও কৰিব পাৰিৰ্চো, কিন্তু আমি যেতিয়া এখন পৰ্বত থকা বস্তুৰ গুন বুজি ফদ কৰিবলৈ জও, তেতিয়া তাৰ কথা লিখি সাঙ্গ কৰা দুসাধ্য হব। এই দৰে জি কোনো বস্তুক দেখিবলৈ বা সুনিবলৈ পোকা জাই, তাক স্থিৰ চিতেৰে গম চালে জাক আমি কেতিয়াব। নিচেই অলপ বুলি ভাবো, তাৰ গুনকে বৰ্নাই সেস কৰিব পোৰ। ওহঁক। এতেকে ভ্ৰমান্ধ : তোৰ চকু কান" অগিত জি বস্তু বা কথা উপস্থিত হই, তাক অলপ বা তুচ্চ বোধ নকৰি জদি গমি চাবলৈ অভ্যাস কৰা, তেনেহলে অলপৰ পৰাই বিসেস লাভ কৰিব পৰা হব, তাত সন্দেহ নাই। এই সকল কথা বাত্ৰা আলোচনা কৰি জাও'তে জাওঁতে কাচাৰি ঘৰৰ ওচৰ পালেগৈ, এনেতে ভ্ৰমন্ধে সুধিলে, গুৰু! আমি দেখা এই বৰ সুন্দৰ ডাঙ্গৰ ডাঙ্গৰ পকি বঙ্গল। ঘৰবিলাক কাব? এই ঘৰ বিলাকতনে কি কি কাজ কৰা। হই? | পাচে গুৰুএ কলে, ভ্ৰমান্ধ! এই সকল ঘৰ আমাৰ ৰজাৰ। এইটি জিলাৰ কাচাবি, এইটি মালখানা, ( ধনৰ ভঁৰাল ) সৌটি মহাফেজখানা ( আবস্যকিয় কথা লিখা থকা কাকতৰ ভঁৰাল ) ইফালে এইটি ডাকঘৰ, সেইটি ইস্কুল, সৌটি গিৰজা, (নাম ঘৰ) পাচে প্ৰমান্ধে কলে, গুৰু! এই সকল ঘৰহ সোমাই চাবলৈ ৰজাৰ কোনো নিসেধ চেনে? পাচে গুৰুএ কলে, মালখানাত বাজে আনসকা ঘৰত সোমাই চাবলৈ নিসেধ নাই। কিন্তু এতিয়া সন্ধ্যাৰ সময় হৈছে,
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৬৮
অৱয়ব