পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লৰাৰ মিত্ৰ। মানে কাকত লিখাৰ দৰে সিমাত জোকালে সিহতক খেদি পঠাবৰ অগ্যা হল আৰু স্কট চাহাবকো লাগে মানে সৈন্য দিবৰ আগ্যা হল। | ইযাকে সুনি মনে অচমৰ পোনৰ সিমা লংঘন নকৰিলে হই, কিন্তু কাচাৰৰ পোনে কম্পানিৰ সিমাত জোকালত মান ৰজাই সৈতে কম্পানি বণ কৰা ১৮২৪ ইঙ্গৰ'জি সকৰ ৫ মাৰ্চত নিচয় হল। আৰু গুগলপাৰাত থকা সৈন্য অচম দেসলৈ ক্ৰমে উজাই আহি গুয়াহাটি কলিয়াবৰ আদি কৰি ঠায়ে ঠাযে মান হতুক বনত ঘটুআলে; ১৭৪৬ হিন্দু সকব ২১ মাদত আৰু ইজিব ১৮২৫ সকত ২ ফেবৰুআবিত ৰঙ্গপুৰ নগৰ নালেহি। তাৰে পৰা হটম দেসত মানব অধিকাৰ গুচি কম্পানিৰ অধিকাৰ হল। সেসত ইঙ্গবাজি ১৮২৭ স ক ২৪ ফেব্ৰুয়াৰিত মান বজাই কম্পানিযে সৈতে সন্ধি কৰি অচম দেস একেবেলি এবি দিলে। Divisiols of industul. হিন্দুস্থানৰ নান প্ৰদেস। হিন্দুস্থানত অনেক প্ৰধান প্ৰধান দেস অচে, বঙ্গাল দেস, বেহাব, এলাহাবাদ, অজোধ্যা, আগ্ৰা, দিলি, অজমি, গুজবাট, নলিৱা, মুলতান, সিন্ধু দেশ, আৰু লাহোৰ।। অতি পুব ফালে বঙ্গাল দেস; তাৰ সমান উৰব। ঠাই প্ৰযেই নাই, আৰু ধান নিল ইত্যাদি নানা সত্য হই। সাগৰৰ পাৰৰ ঠাইবোৰ গোটেই সুন্দৰবন নামে হাবি ঢাকি আচে। বঙ্গলৰ নিচেই পূৰ ফালে মান দেশৰ সিমালৈকে চাটিগা ও নামে প্ৰদেস, সি পৰ্বতিযা, আৰু তাৰ মাজত কুকি নামে এবিধ বন্য জাতি আছে। চাতিগাঁওৰ ৰাজধানি ইচলমাবাদ। বঙ্গাল দেসব প্ৰধান ৰাজধানি নগৰ কলিকাতা। এই নগৰ পুবে গাওহে আচিল, এতিয়া পাঁচ লাখ লোক থকা পকি ঘৰেৰে অত্ৰিত এখন মহানগৰ হৈছে; এই নগৰ গঙ্গা নদিৰ নিচেই পাৰতে আৰু তালৈ বানিজ্যলৈ অনেক জাহাজ আহে। কলিকতাত ভবতৰসৰ অধিপতি গবনব জেনবলে বাসকৰে, আৰু তাত কোতউলিয়ম নামে এখন বৰ দুৰ্গ অৰ্থাত কেঁঠ আচে। কলিকতাৰ ওচৰত