পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জাত্ৰিকৰ জাত্ৰা। কৰিব নোআৰে। মোৰ কথা পতিযাবা , সেই অগিনি মানুহ বিলাকৰ জি জি ডাঙ্গৰ কথা সুনিলা, সেই সকলো কথা একো নহই, মই দেখুউ পথৰ পৰা। তোমাক ওটাই, পৰি নান হেৰুবলৈ তোমাক ভুলাবৰ উপাই মাথোন কৰিছে। এই ৰুপে কৈ এটালত তেওঁৰ কথাত প্ৰমান হৰব নিমিতে তাকাসলৈ বব মাতেৰে। | ৰিঙ্গিআই জাস্না কৰিলে, তেতিযা ওপবে থকা প্ৰতৰ পৰা জিহেৰে খি ষ্টিযানৰ গোটেই গাৰ নোম সিৰিয়ে, এন আমি গাৰু সকসি শনি ওলাল। • জি মাত সুন। গৈচিল, তাৰ বচন এই, জিবিলাক বিধানব কৰমৰ অধিন সেই বিলাক সাও- পোয় হই, কিযনো এনে খি। আচে, বিধানৰ পুথিত লিখা জি কম, সেই সকতো কম জিজনে নিচিদৰুপে পানি •াকবে, সি সাওপোলা হই। এই সকলো কথা শুনি মৰনৰ বাহিৰে আন একোলৈ এস নথকাত ষ্টিযানে বৰ সোকেবে কান্দিব।ৈ বিয়ে, গক জি বাত স°সাৰ গিনিৰ গ পাইচিল, সেই কালকে সাও দি তাৰ কথা সুনাৰ কাৰনে পোনাক বলিযাতকৈ এহেজাৰ গুন অগিবান বুলিলো, আৰু সেই মহৰ জিকথা কেবা স' সাবিক স্বভাবব পৰা কলে, সেই কথাই (গে ৩া, স, পথ- পবা ওগোটোগাব পাৰিচিল, ইযাকে মনত ভাবি তাতি লাজ পোৱা হয়। তাৰ পচে সি কি ও উপদে ৩ মাত লগাই এইৰূপে সুধিলে। খি যান। হে গা ৩, আপোনাৰ মনে কি পৰে? মই এসা কৰিবৰ ঠাই আচে নে? আৰু এতিয। উলটিগৈ সেই সৰু আৰত সোমাব পাৰিম নে? নাইবা মোৰ এই অপবাপৰ কাৰনে মোক তিযাগ কবি, জি দি তাব পবা ওভোটাই খেদাব? এই মানুহৰ গাঢ় সুনাত মই মনত বৰ খেদ কবিৰ্চে। কিন্তু মোৰ পাপ খেমা হব পাৰিব নে - তেতিয়া উপদেসকে বলে, তোমাৰ অপৰাধ বৰ ডাঙ্গব হই কিযনো তুমি দুই পাপ কৰিলা , তুমি উতম পথ এবিলা, আৰু তাত বাজে নিসেধ হোতা পথত গমন কৰিলা, তথাপি দুৰৰ গৰাকি তোমাক গ্ৰহন কৰিব, কিযনো মানুহ বিলাকলৈ তেওঁৰ অতি অনুগ্ৰহ আচে। এই কথা মাথোন সেবা, আকও জেন এফ- লিয়া নোহোআ, এই নিমিতে সাবধান কবা কি জানি তেওৰ ক্ৰোধ অলপ মাথোন জলিলে, তুমি পথৰ পৰা নষ্ট হবা। তেতিযা খ্ৰিষ্টীযান ঘুৰি উভতি জাবলৈ ধৰিলে, আৰু উপদেসকে তাক চুমাদি এবাৰ মিচিকাই ইস্বৰে তোমাক আসিবাদ কৰোক বুলি বিদাই দিলে। তেতিযা সি বেগেৰে সৈতে জাবলৈ ধৰিলে, বাটত থকা কোনো।