৯৪ ভাসমীয়া সাহিত্যৰ চানেকি। কৰা, মই জি সৰু দুখৰ দেখিলো, সেইটো; কিয়নো জি দুকাৰ আৰু বাটেদি পৰম আয়ুসলৈ জাই, সেই দুৰ দুৰ্গম, বাটো ঠেক, আৰু তাক পোকা মানুহ তাকৰ। সেই সৰু ঠেক দুৰ, আৰু তালৈ জোআ বাট, দুইৰৰ পৰ। সেই দুষ্ট মানুহে তোমাক আটৰাই সৰ্বনাসব কাসবলৈ আনিলে; এতেকে তাৰ আঁতৰোআ কবম দিন কবা, আৰু তুমি তাৰ কণ্ঠ সুনাত আপোনাকে। দিন কৰা। দুতিয়তে। তোমাৰ মন পেবেঙ্গনিলৈ অনিচা কৰাবলৈ তাৰ জি জতন, তাকে ঘিন কৰিব লগা; কিয়নো নিচৰ দেসব সকলো সম্পতিতকৈও তাক প্ৰিতি কৰা আৱশ্যক। তাত বাজে সকলে ঐস্বজব বজাই তোমত কৈচে, জি কোনো আপোনাৰ প্ৰান ৰাখিব খোজে, সি তাক হেৰুৰ; আৰু কোনো এ জদি মোৰ ওচৰলৈ আহি আপোনাৰ বাপেক, মাক, তিৰোতা, লবা, ভাই ভনি বিলকি, আৰু আপোনাৰ প্ৰানকো অপ্ৰিয় বুলি নেমানে, সি মোৰ সিস্ট হব নোঅৰে। এই হেতুকে সত্য জনাই জিহব অৰ্থে কৈচে, তাৰ বাহিৰে তুমি পবম আয়ুস নোপোকা, তাৰেই তোমাৰ মৰন হব, এনে উপদেস জদি কোনো জনে তোমাক লোআব খোজে, তেন্তে তুমি সেই উপদেস অৱস্ত দিন কৰিব লগা, ইয়াকে মই কৈচো। | ত্ৰিতিঘতে। মন জনমেগা নিয়মলৈ জি বাট পোনাইচে, সেই বটত তোমাৰ ভৰি ঘুৰাই নিয়াকে। দিন কবিৰ লাগে। এই কথা বুজিবৰ নিমিতে সি জি জনৰ ওচবলৈ তোমাক পাঁচিলে, সেই জন কোন, আৰু তোমাৰ ভাব গুচাবলৈ সি কেনে অসমৰ্থ তাক বিবেচনা কৰ।। | জিৰনি পাৰৰ নিমিতে জি জনলৈ তোমাক পাচিলে, সি বেটিৰ গৰ্ভত ওপজা জন; সেই বেটি এতিয়ালৈকে জাপোনাব লবাহতে সৈতে বন্দি হৈ আছে; উপমাৰ দোআৰাই সেই তিৰিৰ তাৰ্থ, এই জি চিনই পৰ্বত তোমাৰ মুৰত পৰে বুলি ভই কৰিলা, তাক বুজাই। তাই আৰু লবাহঁতো জদি বন্দি হৈ থাকে, তেন্তে সিহঁতৰ দোআৰাই তুমি মুকুত হব পাৰিম বুলি কেনেকৈ আসা কৰিচা? এই হেতুকে ভাৰৰ পৰা মুকলি কৰিবলৈ এই বিধান সিখ্যকব সাধ্য নাই। এতিয়ালৈকে কোনো মানুহ তেওঁব দোআৰাই কেতিয়াও মুকলি হোআ নাই, আৰু আগলৈকো হবলৈ অসম্ভও। বিধানব কৰমেৰে পাপৰ ভাৰ গুচাব নোআৰা; কিয়নো বিধানৰ কৰমৰ দোআৰাই কোনো প্ৰানি পুন্যৱন্ত লিখা হব নোআৰে। এই হেতুকে সেই সংসাৰ-গিয়ানি মহন্ত এটা পৰদেসি লোক, আৰু বিধান-সিখ্যক মহাজন হলে সি ভাঁৰি কোআ, তাৰ পুতেক সুঅলাও কপটিয়া, তোমাক উপকাৰ
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১১৪
অৱয়ব