জাত্ৰিকৰ জাত্ৰা। কিয়নো পৃথিবিত থকা উপদেসকৰ কথা শুনিবলৈ বিমুখ হোকাবিলাকে জদি নে সাৰিলে তেন্তে স্বৰ্গৰ উপদেসকৰ পৰা বিমুখ হলে, আমি সিহঁততকৈ কিমান নিচয়েৰে নেসাৰিম! আৰু ইয়াকো কলে, পুন্যৱন্ত জন আপোনাৰ বিস্বাসৰ দোআৰাই জিব; কিন্তু ধৰমৰ পৰা জদি উলটে, তেন্তে সেই জনত মোৰ আত্মাই সন্তোস নহব। আৰু সেই কথাৰ অৰ্থ তাৰ গাত পেলাই এই ৰুপে বুজালে, জি মানুহে এনে দুৰৱস্থালৈ খেদি গৈচে, সেই জন তুমিই; সৰ্বোপৰি জনৰ আদেস হেলা কৰিবলৈ আৰম্ভন কৰিলা; আৰু কুসলৰ পথৰ পৰা তোমাৰ ভৰি হোহোকাই নিয়তি তুমি প্ৰায়ে আপোনাৰ বিনসব সঙ্কটত পৰিল।। | তেতিয়া খি ষ্টিয়ান মৰাৰ দৰে তেওৰ ভবিত পৰি কান্দি কান্দি বুলিলে, হাই হাই, সাওপোঝ জি মই, মই সৰ্বনাস হলো! ইযাকে দেখি উপদেসকে তাৰ সো হাতত ধৰি তুলি তাক বুলিলে মানুহবিলাকৰ সকলোবিধ পাপ আৰু নিন্দা সিহঁতলৈ খেমা হব; অবিস্বাসি নহৈ বিস্বাসি হে।। তেতিয়া খি ষ্টিয়ানে এফেৰিমান পুনৰ উসাহ লৈ উঠি গব দৰে উপদেসকৰ ওচৰত থিয় হৈ কঁপি আচিল।। তেতিয়া উপদেসকে গাৰু বাই কলে, জি কথা মই তোমত কও, তালৈ অতি সাৱধানে মন দি সুনা। জি মানুহে তোমাক ভুলালে, সি কোন, আৰু জি মানুহলৈ তোমাক পঠালে, সেই জনো কোন, ইয়াকে তোমত বুজা। জি জনে তোমাক লগ পালে, সি সংসাব গিয়ানি। তাৰ নাম স্বৰুপ; কিয়নো সংসাৰৰ ভাৱে জি উপদেস, সি তালৈহে মন দিয়ে, সেই কাৰনে গিৰ্জা কবিবৰ নিমিতে সদাই নিতি গাঁৱলৈ জাই। আৰু সেই সংসাৰিক উপদেস পেৰেনি তাৰ্থাত প্ৰভুব প্ৰাচিতৰ কথাৰ পৰা মানুহক এৰুআই দেখি, তাক ভাল পাই; এই হেতুকে তাৰ সংসাৰিক মন হোত মোৰ স্বৰুপ ধৰম পথক লুটিয়াবলৈ জতন কৰে। সেই মানুহৰ আলচত তুমি অতি ঘিন কৰিব লগা তিনটা কথা আছে; ১, বাটৰ পৰা তোমাক আঁতৰোঅ; ২, পেৰেঙ্গনিলৈ তোমাৰ মন অনিচা কৰাবলৈ জি জতন; ", মন জনমোঅ নিয়মলৈ পোনোত বাটত তোমাৰ ভৰি ঘুৰাই চলোকা। | প্ৰথমতে। সি বাটৰ পৰা তোমাক জে আঁতৰালে তাৰ এনে কম ঘিন কৰিব লগা; অকল সেয়ে নহই, তুমি জে সন্মত হৈচিলা, তাকো ঘিন কৰিব লাগে; কিয়নো সেই কৰম কৰাত তুমি সংসাৰ গিয়ানি মানুহৰ কথাৰ নিমিতে ইশ্বৰৰ কথা তিয়াগ কৰিলা। প্ৰভু কৈচে, ঠেক দুআৰেদি সোমাবলৈ জতন
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১১৩
অৱয়ব