৮৬ অসমীয়া সাহিত্যৰ চানেকি। তেতিয়া মোৰ সেই সমাজিকত দেখিলো, দেখো, সিহঁতে কথোপকথন কৈ এটালতে পথাৰৰ মাজৰ বৰ দলদলনি এড়োখৰৰ ওচৰ পাই মন নকৰাকৈ আকস্মিতে সেই উহত পবি বোকত লাগি থাকিল। সেই দাদলনিৰ নাম নিৰ্ভাৰসা, তাতে সিহঁতে কেতখিনি কাল থপথপাই বগাই জোকাত গোটেই গা বোকা হল; আৰু খি ষ্টিয়ানৰ পিঠিত গধুৰ বোকোটা থকা কাৰনে ঐমে দলৈ সোমাবলৈ ধৰিলে। তেতিয়া ৩ৰলে সুধিলে, বোলে, হেৰা সখি খিষ্টিযান, এতিয়া হলে কত আছা? খি ষ্টিয়ান। হই ভাই কত পৰিলে, মই কব নোগাবে।।। | তাতে বলে বেজাৰ পাই সখিএকক খঙ্গ কৰি বুলিলে, জি সুখৰ কথা এইমান বেলি কই চিলা, সেইতে হইনে? প্ৰথমতে জাত্ৰা কৰিবলৈ ধৰাতেই জদি এনে দুৰৱস্থা হই, তেন্তে সেস নহৈ মানে কিমান দুৰ্গতি সহিব লাগিব? এই বেলি জদি প্ৰান বখ্য। পাই ওলাব পাৰি, মই ভাগি নোহোকৈ তুমি অকলেই সেই সুন্দৰ ৰাজ্য ভোগ কৰিব পাৰিবা। এই কথা কৈ সি বলেৰে দুই এক বাৰ জপিয়াই দলদলনিব গিটে। পাৰে তাৰ ঘৰ আচিল, সেই পাবলৈ ওলাই গুচি গল; পাচে খি ষ্টিয়ানে আৰু তাক নেদেখিলে। | এই ৰুপে খি ষ্টিযান এব হলত, অকলে সেই নিৰ্ভাবসা দলদলনিত বাগৰি ফুৰি আচিল; তেও সি আপোনাৰ ঘৰৰ পৰা দুৰ হোঅ জি পাৰত সৰু দুআ আচিলে, সেই পাবেহে উঠিবলৈ শ্ৰম কৰিলে। ঐ মে বামব ওচৰ পালেগৈ; কিন্তু বোকোচাব কাৰনে উঠিব নোআবিলে। তেতিয়া মই সমাজিকত চাই দেখিলো, উপকাবক নামে এজন মানুহ তাৰ ওচৰলৈ গৈ সুধিলে, ইয়াত তুমি কি কবিচা? | তাতে খি ষ্টিয়ানে উতব কৰিলে, হেবাদেও, আগলৈ হব লগা ক্ৰোধব পৰা পলাই জাবৰ নিমিতে উপদেসক নামেৰে এজন লোকে সৌখিন্তে থকা সৰু দুআৰলৈ জাব দিলে; তালৈ জাওঁতে এই বোক। খনত পৰিলো।। উপকাবক। পাৰি দিয়া গৰ নিবিচাৰিলা কিয়? খি ষ্টিয়ান। ভয়েবে পলাই, পোনে জি বাট পালে', সেই বাটে আহি দত পৰিলোঁ। উপকাবক। তেনেহলে মোক হাত দিয়া। তাতে সি হাত দিলত উপকাৰকে ধৰি সুকান মাটিত তুলি থৈ, তুমি আপোনাৰ বাটে জেতা বুলি কলে।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১০৬
অৱয়ব