পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জাত্ৰিকৰ জাত্ৰা। ৮৭ | তেতিয়া তকি তোলা জনৰ ওচৰলৈ মই গৈ সুধিলো, হে আপ, বিনাস নগৰব পবা সৌ সৰু দুখবলৈ জোস। বাট এই পোনে আহিছে দেখি, দুখিয়া জাত্ৰিকে নিৰিবিনিএ জাৰৰ নিমিতে এই ডোখৰ মাটি কি কাৰনে ভাল কৰা নহল? | তেতিয়া তেওঁ কলে, এই বোক। ঠাই ভাল কৰিবলৈ অসাধ্য; মাটি কি কাৰনে। এইমান বেয়া, তাক কও সুনা। পপি চিন্তা কুলৰ পৰা জি মলি যেন আদি কৰি ওলাই, অৰ্থাত কোনো পাপিয়ে চেতনা পাই আপোনাৰ অপৰাধ আৰু নবকব জোগ্য দোস জানিলত:ৰ মনত ডি ভয়, নিসা, আৰু আকুল হোতা সংসই জনমে সেই সকলো চাবিও ফালৰ পৰা বৈ, সদাই এই চাপৰ ঠাইত গোটখাই পৰেগৈ, তাৰ কাবনে নিৰ্ভস দলদলনি বোলে। এই ডোখৰ মাটি এই ৰূপে বেয়া হৈ থাকিবলৈ বজাৰ ইচা নাই; আৰু বাজ বৰ বৰাৰ অগ্যিাব দোগাবাই তেওৰ বণুকাবিলাকে তাক কিচু ভাল কৰিব পাৰে কিচাবে, এই নিমিতে সেনেস বচৰতকৈ অধিক কাল এই সৰু ডোখব মাটিত বন কৰি আচে; ইয়াত খোসা বস্তু একুৰি হেৰি গাবিব ঝেজাতকৈ কম নহৈ, তাক মই নিচেই ওনো, হই, তাক নিবহ কৰিবৰ নিমিতে বজাব অধিন হোঅ সকলো ঠাইৰে পৰা লাখ লাখ উতম উপদেসকে নি ইয়াত সকালে দিয়া হৈছে, আৰু টান মাটি কৰিবলৈ তাতকৈ ভাল বস্তু নাই বুলি জনা লোকে কই, কিন্তু এতিয়ালৈকে নিৰ্ভাবসা দলদলনি হৈ হচে; আৰু সিহতে জি জি নকৰোক, তেও এই দৰে হৈ থাকিব। | বিধান কৰ্তাব আগ্যাবে এই দলদলনিব, মাজে দিও কেতবিলাক ভাল সকত গৰ পাৰি থোকা হৈচে হই; কিন্তু বতৰ বেয়া হো কলিত এই ঠাইতে মলি ফেন অধিককৈ বাহি জোআত প্ৰায়ে গব দেখা নেজাই; তথচি দেখিবলৈ পালে ও মুব ফুবনি ধৰাত মানুহে আঁতৰতে ভৰি দি তলত পৰে; এই ৰুপে গৰ থাকিলেও বোকাত মগ্ন হৈ জাই। কিন্তু অবিৰ ভিতৰত সোমাব পাৰিলে মাথোন তাৰ পৰা মাটি ভাল। | এই ৰুপে সমাজিকত চাই থাকোতে সেই সময়ত তৰলে আপোনাৰ ঘৰ অকিও পোকা দেখিলো, তাতে তাৰ চুবুবিয়াবিলাকে দেখিবলৈ গোট খাই কেতবোৰে তাক উভতি অহা দেখি বুধিমন্ত মানুহ বুলি কলে; খি ষ্টিয়ানৰ লগ লৈ প্ৰান সঙ্কত পেলোআৰ কাবনে কেতবোবে তাক কাজল বুলিলে; আন কোনো এ তাৰ একো সাহ নাই দেখি নিন্দা কৰিব ধৰিলে, বোলে, জাত্ৰাৰ আৰম্ভন কৰিবলৈ তুমি