পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮৫ জাত্ৰিক জাত্ৰা। খি ষ্টিয়ান। বসতি কৰিবলৈ অনন্ত ৰাজ্য আচে; আৰু আমাক দান কৰিবৰ। নিমিতে অনন্ত পৰম অয়স তাচে; সেই ৰাজ্যত আমি সৰ্বকালে নিবাস কৰি থাকিম। তৰল। ভাল কৈছা; আৰু কি? খি ষ্টিয়ান। আৰু আমাক পিন্ধাই দিবলৈ তেজস্বি কিৰিটি, আৰু জি বস্ত্ৰে আকাসত থকা সুৰ্জৰ নিচিনাকৈ আমাক কান্তিম কৰিব, এনে বস্ত্ৰ ও আচে। তৰল। এই সকলো অতি উত্তম, তাত বাজে তাক কি কি তাছে? | খি ষ্টিয়ান। তাত ক্ৰন্দন বা কোনো দুখৰ লে নহব; কিযনো সেই ঠাইৰ জি জন গবাকি, তেও আমাৰ সকলো চকুৰ লো মচি গুচাব। তৰল। আৰু তাত আমাৰ লগৰ নিবাসি কোন কোন হব? খি ষ্টিয়ান। জিবিলাকক চাবলৈ তোমাৰ চকুৰ জলক ধৰে, এনে চিফ আৰু কিৰুব দুত সবল অচে; তাৰু আমাৰ আগেযে তালৈ জো হেজাৰ হেজাৰ, অজুত অজুত লোকে সৈতে দেখা দেখি হম; সিবিলাকৰ মাজত কোনো | হিংসক নাই, সকলোৱে মৰম বেথা কৰোঁতা আৰু পৰি; ইস্বৰৰ সাখ্যাতে অহা জোআ কৰে, আৰু অনুগ্ৰহৰ পাত্ৰ হৈ তেওঁৰ আগত সৰ্বদাই থাকে। তাত বাজে সোনৰ কিবিটি পিন্ধা ব্ৰিধ লোক, আৰু সোনৰ বিন বোজ পবিত্ৰ কন্যাবিলাককে দেখিবলৈ পাম; আৰু সেই গানৰ প্ৰভুলৈ প্ৰেম কৰাৰ কাৰনে জি মানুহবিলাক জগতৰ লোকৰ দোআবাই ডোখব ডোখৰকৈ কট। গৈচিল, জুইত পোৰা বা জন্তু খোজ, বা সাগৰত পেলো হৈ মবিল, সেই সকলোবিলাক সুখি হৈ বস্ত্ৰ পিন্ধা দি অমৰনক পিন্ধি থকা দেখিম। তৰল। অস, এনে কথা না মানকে আনন্দেৰে মন পুলকিত হল। কিন্তু ভাই, সেই সুখ ভোগ কৰিবলৈ পাম নে? আমি তব ভাগি কি উপায়েৰে হব পাৰিম? খি ষ্টিয়ান। সেই দেসাধিকাৰ প্ৰভূএ এই পুথিত তাক লিখাই দিছে; তাৰ পৰমাৰ্থ এই, সেই সুখ পাবলৈ আমি যদি স্বৰুপকৈ ইচাহে কৰে, তেন্তে তেওঁ তাক বিনামোলে দিব। তৰল। বাৰু, প্ৰিয় সখি, এই কথা শুনাত মোৰ বৰ আনন্দ; আহা, বেগাই জওহঁক। খি ষ্টিয়ান। ভাই, মোৰ পিঠিত থকা বৰ গধুৰ বোকোচাৰ নিমিতে ইচাৰ দৰে বেগাই জাব নোআৰোঁ।