পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৫৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

বেহুলা-লক্ষীন্দৰ। দিহা-তান্তৰ হৈয়া কালি নাগ আছিলা একচিত্তে। হাত্মা বন্দি কৰিলা ঘৰৰ হৈতে। আত্ব লৈয়া কালি নাগ চলিলা সত্বৰে। তাত্মা গেট ভেন্টিলা পদ্মৰ গোচৰে। হাত্মা পাই পা ভৈলা অনিন্দিত মন। কালিৰ মস্তকে দিলা শতেক চুম্বন॥ যতেক শঙ্কিত কৈলা পদ্মাৰ গোচৰ। যেমত প্ৰকাৰে দংশিলা লখিন্দৰ। ধন্য ধন্য কৰি পদ্মা কালিক প্ৰশংসে। ৰাজ তাভৰণ দিয়া কালি নাগক তুষে। তানন্দিত পদ্মাৱতীৰ যত নাগগণ। কালিৰ প্ৰসাদে পাইলা ৰাজ আভৰণ॥ আনন্দিত ভৈলা পদ্মা পায় নাগগণ। নিদ্ৰা ভাঙ্গি বেউলা তথা পাইলেক চেতন॥ কাল নিদ্ৰা ভাঙ্গি বেউলা চেতনক পাই। লখাইৰ গৱে পাছে বেউল হস্ত দিয়া চাই। বুকে হাত দিয়া বেউলা হৈলেক তৰাস। নাকে হাত দিয়া চাহে নাহিকে নিশ্বাস। কৰ্ণ হালি পৰি আছে বেহুলাই চাৱে। দুই চক্ষু বিষৰ জালে মুখে লাল বৱে॥ হিমৰ সমান বেউলা পাই সৰ গাৱ। প্ৰভু প্ৰভু বুলি কান্দে মুখে নাহি ৰাৱ॥ আথে ব্যথে উঠিলেক বিছিনা উপৰে। কাটা লাঞ্জ পৰি আছে শয্যাৰ উপৰে। প্ৰভু প্ৰভু বুলি বেউলা কান্দে উচ্ছ ৰোলে। কালি নাগে ডাকি বোলে মেৰৰ উপৰে।