পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৫৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

অসমীয়া সাহিত্যৰ ঢানেকি। আমাৰ মৰণে মৱ মৰিব পুৰিয়া। খ্যাতি বাখিবো মাৱে সংসাৰ জুৰিয়া। বিষৰ জালত লখাই বিনয়ে বচন। কালনিদ্ৰা হৈ। বেহুলাৰ নাহিকে চেতন। কায়। তালিব বিযে ব্ৰহ্মাৰ দ্বাৰ পাইলা। বেহুলা বেহুলা লখাই ডাকিবে লাগিল। সুকবি নাৰায়ণ দেৱৰ সবস পাঞ্চালী। লখাইব কৰুণা বুলি একযে লেচাৰী॥ দিহা-উঠ কমলমুখী, ওহে কত নিদ্ৰা যাৱা সুখে। তোবে মোব বিদাই বিয়ে মোৰ প্ৰাণযাই, আমি চলে যমৰ নগৰ। কায়া অঙ্গুলিত খাইলা কিসে সবঙ্গ ছান্দিলা বিষে, | পুৰোহিত নিয়ে। সত্বৰে। কিলা মায়া নিদ্ৰা যাস কিবা কৰা উপহাস, | মৰিলে দুঃখ মিলিৰে বিৰ।। আঠু মনি পাইল। বিয়ে নাজানিলে। গাইলা কিসে, হেন বিষ দহে কলেৰৰ॥ . কঙ্কাল মন পাইলা বিষে নাজানোহো খাইলা কিসে, হেন বিষে মৰি যায় প্ৰাণে। পেট মন পাইলা বিয়ে গৈল। বিষ দশে দিশে, | মৰি যায় তামাৰ পৰাণ। মুখ মন পাইলা বিষে নজানো মই খাইলা কিসে, | হবিল। লখাইৰ মুখৰ বোল। বিষে বিকলিলা গাওঁ। | আছৰিলা হস্ত পাৱ, হইলা সুৰতি জ্ঞান। সুমৰিলা হৰি হৰ | প্ৰাণ তেজে লখিন্দ, | ঢলি পৰে পলঙ্কিৰ উপৰ। নাৰায়ণ দেৱে কয় | সুকবি বল্লভে হয়, , কালি লাগ হৈলেক আন্তৰ।