________________
৫৯২ অসমীয়া সাহিত্যৰ ঢানেকি। কালি বোলে শুনা বেউলা আমাৰ বচন। ঢান্দো পদ্মাৰ বাদে ভৈল এনয় পতন। বিধবা ব্ৰাহ্মণী ৰূপে কৈলা প্ৰতুচাৰ। স্বামী কোলে কবি বেউলা লাগে কান্দিবাব। কবি নাৰায়ণ দেৱৰ সৰস পাঞ্চালী। বেহুলাব ক্ৰন্দন বুলি এক যে লেচাবী॥ দিহা-বেউলা কান্দে ভাগী দুখিনা বেহুলা কান্দে। প্ৰভু প্ৰভু বুলি বেউলা কান্দে। তুমি গৈল। যমপুৰে উত্তৰ নেদিল। মোৰ, প্ৰাণ গেল শ্বশুৰৰ বাদে। সেবিলে পাৰ্বতী হৰ তোমাক স্বামী পাইলো বৰ, আনন্দে বপিলো দিবাতি। আগে সিদ্ধি ভৈলা কাম পাছে বিধি ভৈলা বাম, কপটে ভাঙ্গিল পদ্মাৱতী। পৰম কৌতুক কৰি আমাৰ আধলে ধৰি, এতিক্ষণে মাগি আছ৷ ৰতি। হাততে হৰাল নিধি | হৰিলা দাৰুণ বিধি, মৰিবে। গলত দিয়া ছুৰি। পাপিষ্ঠ কৰ্ম্মৰ ফলে তোমাক কালনাগে খালে, | সৰ্বনাশ কৰিলা বিষহৰি। টিকৰ স্বামী গৈলা এৰি আপুনি জীয়তে বাৰী, তাপশ ৰৈলে জগত জুৰি। যদি বেউলা হওঁ সতী সাহেসে জীয়াবো পতি, মনে মোৰ ৰহি আছে সাৰ। হসৱাবো যিৰহৰি | আনিবে পুনৰ স্বামী, যেন সজ ঘুষিবে সংসাৰ।