________________
৫৮৯ বেহুলা-লক্ষীন্দৰ। দিহা-কান্দে তোৰ লখিন্দাৰ দাৰুণ বিষৰ জালে। প্ৰাণ কৰে অনথিৰ, তুলিয়া মুখই দেহ পানী। ছয় ভাই আছিল। মোৰে। তোমাৰ বদন ছাইয়া | যেন ছয় বিদ্যাধৰে, তাকে। পদ্মা কলা নিপতন। তাত যত দুখ পাইল। মোক পাই মাৱে পাশৰিলা, এখনে হৈবো মৱৰ মৰণ॥ মদনে পীড়িত হৈয়া, | মাগিলো আমি সৰতি ব্যৱহাৰ। | তাছাহ লজ্জিত হুয়া, | মৰিলে দুঃখ মিলিবো তোমাৰ। কিবা কৰা উপহাস, মৰিলে দুঃখ মিলিবে। বিস্তাৰ। মি একে সঙ্গে মেৰট আছিলো ৰঙ্গে, কোন দেৱে দণ্ডিল। নজানি। তাকে কিবা ভাবিয়া। কিবা মায়া নিদ্ৰাবাস তুমি আমি একে সঙ্গে। | কবি বলতে হয়, নাৰায়ণ দেৱে কয় বঞ্চিলেক নিৰ্দয়া ব্ৰাহ্মণী। দিহ।—বেহুলা জাগ, উঠা মোন জাগ, উঠা মোৰ প্ৰিয়া। উঠা উঠা প্ৰাণেশ্বৰী কত নিদ্ৰা যাস মোক খাইলা কাল নাগে চক্ষু মেলি চাস॥ তাব সম অভাগী নাহিকে ক্ষিতি তলে। অকালত বাৰী ভৈলি খণ্ড ব্ৰতৰ ফলে। ও দোষে তে"ৰণ শুনিলেন। কতোজন্মে খণ্ড ব্ৰত কৈলি বহুতৰ। নাহ দোষে তোক এৰি যাওঁ লখিন্দৰ। শাৱ সনেক। মোৰ মৰণ শুনিলে। অগনি জালিয়া মৰে গাৱৰ অঞ্চলে।