পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৫৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

انا সমীয়া সাহিত্যব ঢানেকি। গানে গানে নিদ্ৰা গৈলা ই ঠাঠ প্ৰহৰী। সবকে বেঢ়িয়া ধৰে কাল নিদ্ৰাৱলী॥ হেন দেখি কাল নাগে মবে ভবি তালি। তাছোক মনুষ্য পিপিবাৰ নাই সাবি। ঐশান্ত কোৰ নামে সিন্দুৰ ৰেখা। সোমাই গৈলা কালিনাগ সুতা হেন হৈয়া। বিছনাৰ দক্ষিণ পাশে জ্বলে পুত বাতি। যেন বেহুলা কন্যা সেহি হানুৰূপ পতি। ৰতিৰ শৰ্চাৰ সমান ৰূপ বেহুলা সুন্দৰী। কামদেৱ জিনি লখাই ৰূপৰ মুবাৰি। ত্ৰিভুবন মোহ যাই যেহি ৰূপৰ তেজে। ইহেন শৰীৰ মই দংশে কোন কাজে। ইহাৰ কাৰণে যদি পদ্ম। মোক মাৰে। তথাপি নেদিবো ঘাওঁ ইহাৰ শৰীৰে। এত ভাবি কালি নাগে জুবিলা ক্ৰন্দন। নাৰায়ণ দেৱে কহে মনসাৰ চৰণ। দিহা-কান্দেই কালিনাগ লখাইৰ ৰূপ দেখি। এড়ি গৈলে পদ্মৰ মনে আমি হৈৱে। দোষী। প্ৰসন্ন বদন লখাইৰ শৰীৰ জ্যোতি। সাবি সাৰি দান্ত জুলে মুকুতাৰ পান্তি। চন্দন তিলক লখাইৰ কপালত সাজে। অৰুণ উদয় যেন গগণব মাঝে। মুণ্ড গোট ডাকিবে লখাই ঝুনা নাৰিকল। কেশৰ ডাকিবে বাচা হাৰুছে বল। কপালত ডাকিবে লখাই দিয়াছে ৰঞ্জন। দুকৰ্ণ ডাকিৰো বাচা কৰ গাছব পাণ॥