সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৪৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

৪৬৫ সাত্বত তন্ত্ৰ। যিতো মহাজনে গুৰু বাক্যক কৰয়। ইহাকে সে গুৰু সেৱা বুলিয়ে নিশ্চয়॥ নিগুণ ভকতে কৰিবেক ভূত দয়া। ভাগৱতী ভকতৰ নিষ্ঠা মন কায়া প্ৰেমময়ী ভকতৰ প্ৰতি বৈষ্ণৱত। হৰিৰ যশস্য। শুনিবেক অবিৰত। তিনি বিধ মোক্ষ এহি সাধন ভক্তি। অবিবা মুখ্য অৰ্থ কহো শুনা মহাবীৰ। সৰ্বমূল কৃষ্ণ পদ পদ্মত শৰণ। যাত মহা ভকতি শ্ৰবয় সৰ্বক্ষণ। যেন আৱ। ঘটব যে বহি যাই জল! শৰণ বিনাই ভক্ত তেহয় বিফল॥ নাৰদ বদতি প্ৰভু শুনা গদাধৰ। কৃষ্ণপাদ শৰণক কহিয়ো সত্বৰ! শীত বিনে ভকতি কৰিয়ে পাৱে শ্ৰম। কিত শৰণ তাক কৰা নিৰূপণ H শুনিয়োক সৰ্বজনে কবি এক মন। লভি তাছি। নতনু অতি ঘটন' মহাপুৰুষাৰ্থ ইতে। সাধে নৰকায়। কিন্তু ক্ষণ ভঙ্গ ইতে। নৰহে সদায় হেন সময়ত আত্মকাৰ্য্য সাধিয়েক। সন্তত বিশ্বাসে কৃষ্ণ কথা শুনিয়োক। মোৰ বাক্য বুলি উপহাস নকৰিকা শাস্ত্ৰত আছয় জানি কথাক মানিবা। মনে অবগাহি আকে কৰি আছো সাব। শ্ৰৱণ কীৰ্ত্তন বিনে নেদেখো নিস্তাৰ॥ মোহৰ ভৰসা এহি মানে সে জনিবা। কৃপাময় কুমে জানি তাকে মোক।