পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

. অসমীয়া সাহিত্যৰ চানেকি। পাটাত বহি ৰুক্মিণীয়ে মনে মনে গুণে। কৃষ্ণ গাহিছে বুলি কৰ পাতি তলে। ৰুক্মিণীয়ে ৰলে মোৰ ৰূপ মেখে কাল। কিয়নো মালিক গত কাল। ৰুক্মিণীৰ পত্ৰখানি দিলে বেনিখি। কৃষ্ণে পাই ললে হয়তে বন্ধি। . পত্ৰ খানি পঢ়ি যদুধে অগাধ। সুদীৰ্ঘ নিশ্বাস ছাড়ি চললে মাখ। কলিগীৰ আগতে কলা বেনিধি | মনে নকৰিব দুখ। কালি এতে শেলি হৰি লৈ আহিছে | দেখি আমাৰে মুখ। পাটাত বহি কমিশয়ে মাটিত মঙ্গল চায়। কেতিয়া আহি কৃষ্ণ সোল বাংলা বাই। (ঙ) উষা অনিৰুদ্ধৰ বিয়া। পাটীতে বহিয়ে, . উষা মূলা গলে, অনিৰুদ্ধক স্বপ্ন দেখি। চিত্ৰলেখা সখী, | তুলি ধৰিছে, উঠা উঠা প্ৰাণ সখি সপোন দেখিয়া উৰা মূহ গলে, সখীত দেখে মুগুতি। স্বপ্নতে ৰৰিলে, | সখি মোৰ কি হব গতি। সপোনত দেখিলো . সুলৰ সূত,

আগতে আছিলেলৈ।

আনি দিয়া সৰি, সেই কোষকে . সেই নগৰলৈ গৈ। • :