পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

- বিয়া নাম। চিত্ৰলেখি শশী পট দেখুৱালে কোন জন বৰিলা সখি। ভূবন মানে বিমোহিত হলে দেখি চিত্ৰলেখা বোলে সখি তই ৰৰে আলী। লাগোনতে পুৰুষ দেখি হৈ গলি পাগলি। নাকান্দি প্ৰাণ সখি নকৰি শোক। মৰ হৰি মই যাও জাকাক। বাটত লগে পাই, নাৰদে শোখই কলৈ যোৱ চিত্ৰলেখি। কিবা মোধা ঋষি | কুমৰ নেদেখি, কাশি মৰে উষা সখী। মোৰ উপদেশ | লোৱা চিত্ৰলেখি মোৰ উপদেশ লোৱ।। জনিক কোৰক . হৰিলৈ আগৈ | তোমোৰা পোক এটি হোৱ।। লোহা গড়ে বান্ধি অনিৰুৰ কোৰক থৈছে সিংহাসনত তুলি। কুন্দ্ৰাক্ষৰ অৰে হৰি লৈ আগৈ উষা সুন্দৰীলৈ বুলি। বাণ ৰজাৰ জীয়ৰী | সৰ্ববা সুন্দৰী বহিছে কেপকৰ পাড়ি।। অনিধ কোৰে আছে ধেনু শৰ ধৰি। সব কাৰে | সৰ্বাঙ্গ জলিছে | নেপুৰে ধৰিছে তুলি। অনিক কুমাৰে খশৰ ধৰিছে কোনেই হৰিব বুলি।