পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিৰ নাম। ..: অতি সুকোমলী নৃপতিৰ বৰবালা। দিন দিন বাচে যেন না। শশীপ্ৰভা বোলে জীয়াৰ বল কাকাল। মতাই আনি মাধৱৰু বিয়া দিলে ভাল। কত ভাগ্যে পাইৰো আমি কৃষ্ণক জোৱাই। হতে খাকিব মোৰ কণিী জীয়াই। ৰ বীৰে বেলে গুনী নিদিও মাধয়ক। ৰজা নয় কৃষ্ণ উগ্ৰসেনৰ সেৱক। শিশুপাল ৰজাক মাতি দিম মই বিয়া। কাৰ যে শকতি আছে মাধৱক দিয়া। শুনিয়া কষ্টি পাচে বচন নিৰ্ঘাত। পড়ি মুচচ্ছ। গৈলা দেবী মুখে নাই মাত। হা দৈব বিধি মোৰ কৰিলা আশা ছেদ। পাপিষ্ঠ ভৈয়াই কিনে দিলি হৃদি খেদ॥ কৃষ্ণৰ চৰণ চিন্তুি এৰিম মই প্ৰাণ। কদাচিতে স্বামী মই নববিকে আন। স্নান কৰি ৰুক্মিণীয়ে ধ্যান ধৰি আছে। পত্ৰ লিখি ৰুক্মিণীয়ে বেনিধিক পাছে। যোৱা বেদনিধি গুৰু দ্বাৰকাক যোৱ। প্ৰভূৰ হাতত মোৰ পত্ৰখনি দিয়া। আজিয়ে যোৱাগৈ। হে গুৰু বাপু, কাইলৈ আহি ঘূৰি। কৃষ্ণৰ হাতে ধৰি কৰা কাৰেী কৰি, মাতিছো চৰণত পড়ি। বেদ নিখি দূত পাচি মাধৱৰ ঠাই। আহিব আহিব বুলি আছে বাট চাই। ৰুক্মিণীয়েবদলে মোৰ কপাল নহয় ভাল। নাহিলেক বেদনিধি নাহিলে গোপাল। একো লাৰ নিশাৰ নেপালে বাৰ্তা ভাল। আনিলোহে শিশুপাল হল যমকাল। ( 2423