পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/৩৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সীতা হৰণ। এবে ব যশ পাইলা শ্ৰেষ্ঠভাইক চাইলা, আমাক চাহিবা কিৰা আৰ। তোৰ মনে সুখ হৌক ভায়েৰৰে লগে মোক, গলে আনি ভাত দিয়া মাৰ গুণি চাও তোক বাজে বানৰ কুলৰ মাঝে, আৰ কোন আছে দুৰাচাৰ। শ্ৰেষ্ঠ ভাই পিতৃসম তান তই তৈলি যম, কিনো যশ লভিলা পাৰি। তাৰাৰ বিলাপ দেখি লক্ষণ সুগ্ৰীৱ বী, ঐৰামচন্দ্ৰ কৃপাময়। বিপৰীত শোক শালে তিনিৰে শৰীৰ দহে, চক্ষু ঢালি লোত হয়। তাই শ্ৰীৰামক শাপ দিয়ে। তাৰ বোল চাহ বাম পৰম সাত্বিক। বিমুখ সমৰে স্বামী মাৰিলাহ কিক। জাফল্য সমান ভৈলো স্বামীৰ সন্তাপে। তোক দহিতে পাৰো পতিব্ৰতা শাপে তোক শপিলে যেৱে জীয়ে মোৰ স্বামী। ভেবেসে তোমাক শপি ভস্ম কৰো আমি। যেন আন বেলা নকৰাহ হেন পাপ। সীমা ও থৈয়া অনুৰূপে দিওঁ শাপ। বাহুপ্ৰতাপে তুমি সীতাক লভিবা। অগনিত পৰীক্ষিয়া অযোধ্যাক নিৰা। তষু জায়া সীতা দেবী হ মহাশান্তি। তোমাক ৰিদুই অল্পকালে এৰিৱপ্তি। মই যেন মৰো হেৰা স্বামী বিয়োগে। তোমাক বঞ্চিঘো গীতা দেবীৰ সেেগ।