পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v1.pdf/২৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰামৰ বনল।. সুবৰ্ণৰ ৰথ শুৰু ঘোড় ধত, শোভন কৰি জুগুত। কৰি কুতুহল কম্ভে মঙ্গল, মলয় অদভূত আনো নানা মত তোহ্মাৰ সঙ্গত, নলখিয় ৰাজ্য অঙ্গ। কৈয়ো অভিপ্ৰায় কি কাৰণে প্ৰভু, অভিষেক তৈল ভঙ্গ। হেন সুনি পাছে প্ৰভু ৰামচন্দ্ৰ, সীক দিল। উত্ত। সাবধান কৰি সুনা প্ৰাণেশ্বৰী, যেন ভৈলা আধান্ত। পৰম নিল ৰাজ ঋষিকুলে, তুমি লৈ উতপতি। সুশোভন চিত ধৰ্মেসে চৰিত, শুদ্ধমতী শান্তী সতী। অভিষেক বিধি বিহিয়া নৃপতি, গৈল। কৈকেয়ীৰ ঠাৱ। বচনে চান্দিয়া বৰ দুই মাগি, লৈল কৈকেয়ী মা। তেজিয়া ৰাজ্যক চৌধ বৰিষেক, আমি যাইবে বনমাঝ। আউৰ,বৰ মাগি লৈলন্ত ৰাজাত, | ভৰতক দিতে ৰঙ্গি। পাপক সঞ্চিলে শৰীৰ দংশিলে, কৈকেয়ী কালসৰ্প। মিলিল বিঘাত বাক্য বিষে চন্দি, হৰি গৈল বল দৰ্প।